ETV Bharat / bharat

পশ্চিম বংগৰ বিধানসভা নিৰ্বাচন:জিলা প্ৰশাসনিক বিষয়ালৈ নিৰ্দেশনা জাৰি

author img

By

Published : Dec 19, 2020, 1:54 PM IST

পশ্চিম বংগৰ বিধানসভা নিৰ্বাচন যাতে শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰা হয় তাৰ বাবে জিলা প্ৰশাসনিক বিষয়াসকললৈ নিৰ্দেশনা জাৰি কৰা হৈছে ৷ 2021 ত পশ্চিম বংগৰ ২৯৪ টা বিধানসভা সমষ্টিৰ বাবে অনুষ্ঠিত হ'ব নিৰ্বাচন ৷

west-bengal-assembly-polls-peacefully
পশ্চিম বংগৰ বিধান সভা নিৰ্বাচন

নিউজ ডেস্ক, 19 ডিচেম্বৰ: পশ্চিম বংগৰ বিধানসভা নিৰ্বাচন যাতে শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হয় তাৰ বাবে ৰাজ্যখনৰ প্ৰত্যেক জিলা প্ৰশাসনিক বিষয়াসকলক যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশনা জাৰি কৰা হৈছে ৷ এই কথা সদৰি কৰিছে পশ্চিম বংগৰ উপ নিৰ্বাচনী আয়ুক্ত সুদীপ জৈনে ৷

তেওঁ কয়, "যোৱা দুটা দিনত জিলা নিৰ্বাচনী বিষয়া, আৰক্ষী অধিক্ষকৰ লগতে প্ৰতিটো ৰাজনৈতিক দলৰ শীৰ্ষ নেতৃত্বৰ সৈতে আমি আলোচনাত মিলিত হৈছো ৷" সমান্তৰালভাৱে শান্তিপূৰ্ণ নিৰ্বাচন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত জিলা বিষয়াসকললৈ নিৰ্দেশনা জাৰি কৰা হৈছে বুলি সদৰি কৰে সুদীপ জৈনে ৷

উল্লেখ্য যে, 2021 ত পশ্চিম বংগৰ ২৯৪ টা বিধানসভা সমষ্টিৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব ৷

লগতে পঢ়ক:AUS বনাম IND প্ৰথম টেষ্ট : টেষ্ট ক্ৰিকেটৰ ইতিহাসত সৰ্বনিম্ন ৰাণ ভাৰতৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.