ETV Bharat / bharat

ভি.ভি.পেট গোচৰ : নিৰ্বাচন আয়োগলৈ উচ্চতম ন্যায়ালয়ৰ শুকুৰবাৰলৈ সময় - নিৰ্বাচন আয়োগ

ভি.ভি.পেটৰ জৰিয়তে ই ভি এমত ভোটদান কৰা ভোটাৰে নিজ নিজ ভোটাৰে নিজৰ নাম, ক্ৰমিক নং আৰু ভোটদান কৰা প্ৰার্থীৰ প্ৰতীক চিহ্ণ থকা এটুকুৰা সৰু শ্লিপ প্ৰত্যক্ষ কৰিব পাৰিব

নতুন দিল্লী
author img

By

Published : Mar 28, 2019, 8:51 PM IST

নতুন দিল্লী,28 মাৰ্চ : ভি.ভি.পেট গোচৰত নিৰ্বাচন আয়োগৰ শপতনামা দাখিলৰ সময় শুকুৰবাৰলৈ বৃদ্ধি ৷সময়সীমা বৃদ্ধিৰ বাবে আবেদন জনাইছিল মুখ্য নিৰ্বাচনী আয়োগে ৷প্ৰতিটো সমষ্টিৰ এটা ভোট গ্ৰহণ কেন্দ্ৰত ভি.ভি. পেটৰ তাৎক্ষণিক পৰীক্ষা কৰা সম্পৰ্কে কাৰণ দৰ্শাই শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিছিল উচ্চতম ন্যায়ালয়ে ৷

VVPAT CASE
ভি.ভি.পেট

প্ৰতিটো সমষ্টিত এটাতকৈ অধিক ভোটগ্ৰহণ কেন্দ্ৰত ভি.ভি.পেট যন্ত্ৰৰ তাৎক্ষণিক পৰীক্ষাৰ সপক্ষে সোমবাৰে মতপোষণ কৰিছিল উচ্চতম ন্যায়ালয়ৰ এক বিচাৰপীঠে ৷বিচাৰপীঠ খনে প্ৰকাশ কৰা অনুসৰি ভি.ভি.পেট সমূহৰ সঠিক ৰূপত পৰীক্ষণে নিকা নিৰ্বাচন অনুষ্ঠিত কৰাত সহায় কৰিব ৷ ইয়াৰ প্ৰত্যুত্তৰত নিৰ্বাচন আয়োগৰ তৰফৰ পৰা উচ্চতম ন্যায়ালয়ক জনোৱা হৈছিল যে প্ৰতিটো সমষ্টিত এটাকৈ ভোটগ্ৰহণ কেন্দ্ৰত ভি.ভি.পেটৰ তাৎক্ষণিক পৰীক্ষা কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বিঠাৰপীঠে নিৰ্বাচনী আয়োগক বৃহস্পতিবাৰৰ ভিতৰত প্ৰতিটো সমষ্টিত কিয় এটা ভোট গ্ৰহণ কেন্দ্ৰতহে ভি.ভি.পেট পৰীক্ষা কৰা হৈছে এই বিষয়ত এক শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ জাৰি কৰিছিল ৷

উল্লেখযোগ্য যে, পোন প্ৰথমবাৰৰ বাবে নিৰ্বাচনত ব্যৱহাৰ কৰিবলৈ লোৱা Voter Verified Paper Audit Trail অৰ্থাৎ ভি.ভি.পেট মেছিন এইবাৰ নিৰ্বাচনত এশ শতাংশ ব্যৱহাৰ হ'ব । নিকা নিৰ্বাচন অনুষ্ঠিত কৰাৰ উদ্দেশ্য নিৰ্বাচন আয়োগে প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত ই ভি এমৰ লগতে ভোটাৰ ভেৰিফাইড পেপাৰ অডিট ট্ৰায়েল( ভি.ভি.পেট) ব্যৱহাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । ভি.ভি.পেটৰ জৰিয়তে ই ভি এমত ভোটদান কৰা ভোটাৰে নিজ নিজ ভোটাৰে নিজৰ নাম, ক্ৰমিক নং আৰু ভোটদান কৰা প্ৰার্থীৰ প্ৰতীক চিহ্ণ থকা এটুকুৰা সৰু শ্লিপ প্ৰত্যক্ষ কৰিব পাৰিব । শ্লিপৰ টুকুৰাটো মাত্ৰ 7 ছেকেণ্ডৰ বাবে প্ৰত্যক্ষ কৰিব পৰা যাব৷ শ্লিপ টুকুৰা লগত নিব নোৱাৰিব ভোটাৰে ৷

Intro:Body:

ভি.ভি.পেট গোচৰ : নিৰ্বাচন আয়োগলৈ উচ্চতম ন্যায়ালয়ৰ শুকুৰবাৰলৈ সময় 

ভি.ভি.পেটৰ জৰিয়তে ই ভি এমত ভোটদান কৰা ভোটাৰে নিজ নিজ ভোটাৰে নিজৰ নাম, ক্ৰমিক নং আৰু ভোটদান কৰা প্ৰার্থীৰ প্ৰতীক চিহ্ণ থকা এটুকুৰা সৰু শ্লিপ প্ৰত্যক্ষ কৰিব পাৰিব 

নতুন দিল্লী,28 মাৰ্চ : ভি.ভি.পেট গোচৰত নিৰ্বাচন আয়োগৰ শপতনামা দাখিলৰ সময় শুকুৰবাৰলৈ বৃদ্ধি ৷সময়সীমা বৃদ্ধিৰ বাবে আবেদন জনাইছিল মুখ্য নিৰ্বাচনী আয়োগে ৷প্ৰতিটো সমষ্টিৰ এটা ভোট গ্ৰহণ কেন্দ্ৰত ভি.ভি. পেটৰ তাৎক্ষণিক পৰীক্ষা কৰা সম্পৰ্কে কাৰণ দৰ্শাই শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিছিল উচ্চতম ন্যায়ালয়ে ৷

প্ৰতিটো সমষ্টিত এটাতকৈ অধিক ভোটগ্ৰহণ কেন্দ্ৰত ভি.ভি.পেট যন্ত্ৰৰ তাৎক্ষণিক পৰীক্ষাৰ সপক্ষে সোমবাৰে মতপোষণ কৰিছিল উচ্চতম ন্যায়ালয়ৰ এক বিচাৰপীঠে ৷বিচাৰপীঠ খনে প্ৰকাশ কৰা অনুসৰি ভি ভি পেট সমূহৰ সঠিক ৰূপত পৰীক্ষণে নিকা নিৰ্বাচন অনুষ্ঠিত কৰাত সহায় কৰিব ৷ ইয়াৰ প্ৰত্যুত্তৰত নিৰ্বাচন আয়োগৰ তৰফৰ পৰা উচ্চতম ন্যায়ালয়ক জনোৱা হৈছিল যে প্ৰতিটো সমষ্টিত এটাকৈ ভোটগ্ৰহণ কেন্দ্ৰত ভি.ভি.পেটৰ তাৎক্ষণিক পৰীক্ষা কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷ 

 উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বিঠাৰপীঠে নিৰ্বাচনী আয়োগক বৃহস্পতিবাৰৰ ভিতৰত প্ৰতিটো সমষ্টিত কিয় এটা ভোট গ্ৰহণ কেন্দ্ৰতহে  ভি.ভি.পেট পৰীক্ষা কৰা হৈছে এই বিষয়ত এক শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ জাৰি কৰিছিল ৷  

উল্লেখযোগ্য যে, পোন প্ৰথমবাৰৰ বাবে নিৰ্বাচনত ব্যৱহাৰ কৰিবলৈ লোৱা Voter Verified Paper Audit Trail অৰ্থাৎ ভি.ভি.পেট  মেছিন এইবাৰ নিৰ্বাচনত এশ শতাংশ ব্যৱহাৰ হ'ব  । নিকা নিৰ্বাচন অনুষ্ঠিত কৰাৰ উদ্দেশ্য নিৰ্বাচন আয়োগে প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত ই ভি এমৰ লগতে ভোটাৰ ভেৰিফাইড পেপাৰ অডিট ট্ৰায়েল( ভি.ভি.পেট) ব্যৱহাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে  । ভি.ভি.পেটৰ জৰিয়তে ই ভি এমত ভোটদান কৰা ভোটাৰে নিজ নিজ ভোটাৰে নিজৰ নাম, ক্ৰমিক নং আৰু ভোটদান কৰা প্ৰার্থীৰ প্ৰতীক চিহ্ণ থকা এটুকুৰা সৰু শ্লিপ প্ৰত্যক্ষ কৰিব পাৰিব । শ্লিপৰ টুকুৰাটো মাত্ৰ 7 ছেকেণ্ডৰ বাবে প্ৰত্যক্ষ কৰিব পৰা যাব৷ শ্লিপ টুকুৰা লগত নিব নোৱাৰিব ভোটাৰে ৷ 

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.