ETV Bharat / bharat

উত্তৰাখণ্ডৰ বিজেপি বিধায়কৰ ওপৰত যৌন শোষণৰ অভিযোগ মহিলাৰ - উত্তৰাখণ্ডৰ বিজেপি বিধায়ক

বিধায়কগৰাকীৰ পত্নীয়ে ডেহৰাডুনস্থিত নেহেৰু কলনি আৰক্ষী চকীত উক্ত মহিলাগৰাকীৰ লগতে 4 জনকৈ লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে ৷ আনহাতে অভিযোগকাৰী মহিলাই ইতিমধ্যে উক্ত সকলো ঘটনা সম্বন্ধে এটা ভিডিঅ' প্ৰকাশ কৰিছে ৷ মহিলাগৰাকীয়ে কয় যে, তেওঁৰ কন্যাৰ DNA তেওঁৰ স্বামীৰ লগত যিহেতু নিমিলে গতিকে নিশ্চয় উক্ত বিধায়কগৰাকীৰ সৈতে মিলিব ৷

Uttarakhand
উত্তৰাখণ্ড
author img

By

Published : Aug 16, 2020, 1:30 PM IST

নিউজ ডেস্ক, 16 আগষ্টঃ উত্তৰাখণ্ডৰ এগৰাকী বিজেপি বিধায়কৰ ওপৰত যৌন শোষণৰ অভিযোগ এগৰাকী মহিলাৰ ৷ ঘটনা সন্দৰ্ভত মহিলাগৰাকীৰ ভাষ্য অনুসৰি, বিগত দুবছৰে বিজেপি বিধায়কগৰাকীয়ে মহিলাগৰাকীৰ ওপৰত যৌন নিৰ্যাতন চলাই অহিছে ৷ ইয়াৰোপৰি মহিলাগৰাকীৰ কন্যাৰ DNA উক্ত বিধায়কগৰাকীৰ DNA ৰ সৈতে মিলিব বুলিও মন্তব্য কৰে মহিলাগৰাকীয়ে ৷

লগতে পঢ়কঃ সুখবৰ: সুখবৰ: আজিৰে পৰা ভক্তৰ বাবে মুকলি বৈষ্ণু দেৱী মন্দিৰ

ইফালে, বিধায়কগৰাকীৰ পত্নীয়ে ডেহৰাডুনস্থিত নেহেৰু কলনি আৰক্ষী চকীত উক্ত মহিলাগৰাকীৰ লগতে 4 জনকৈ লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে ৷ আনহাতে অভিযোগকাৰী মহিলাই ইতিমধ্যে উক্ত সকলো ঘটনা সম্বন্ধে এটা ভিডিঅ' প্ৰকাশ কৰিছে ৷ তেওঁৰ কন্যাৰ DNA তেওঁৰ স্বামীৰ লগত যিহেতু নিমিলে গতিকে নিশ্চয় উক্ত বিধায়কগৰাকীৰ সৈতে মিলিব বুলিও দাবী কৰে মহিলাগৰাকীয়ে ৷

উত্তৰাখণ্ড

উক্ত ঘটনা সন্দৰ্ভত ডেহৰাডুনৰ জেষ্ঠ আৰক্ষী অধীক্ষক অৰুণ মোহন জোশীয়ে কয় যে, উক্ত ঘটনা সংক্ৰান্তত ইতিমধ্যে বিজেপি বিধায়কগৰাকীৰ পত্নীয়ে গোচৰ ৰুজু কৰিছে ৷ গতিকে ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.