ETV Bharat / bharat

উত্তৰ প্ৰদেশৰ বৰেলীত সংঘটিত পথ দুৰ্ঘটনা: নিহত 8, আহত 2

author img

By

Published : Oct 31, 2019, 12:02 AM IST

বিচলপুৰত অতি বেগেৰে অহা এখন ট্ৰাকে নিয়ন্ত্ৰণ হেৰুৱাই প্ৰথমে বিপৰীত দিশৰ পৰা বাইকত অহা এটা দম্পতীক খুন্দা মৰাৰ ফলত থিতাতে নিহত হয় বাইক আৰোহী ৰুচি শ্ৰীবাস্তৱ ৷ ইয়াৰ পিচতে নিয়ন্ত্ৰণহীন ট্ৰাকখনে এখন চাৰিচকীয়া বাহনত খুন্দা মাৰাৰ ফলত বাহনখনৰ চালকজনৰ লগতে একেটা পৰিয়ালৰ 5 জন লোক নিহত হয় ৷

বৰেলীত সংঘটিত পথ দুৰ্ঘটনা

উত্তৰ প্ৰদেশ, 30 অক্টোবৰ: বুধবাৰে উত্তৰ প্ৰদেশৰ বৰেলীৰ বিচলপুৰত সংঘটিত হয় ভয়াৱহ পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাত আঠ জন লোক থিতাতে নিহত হোৱাৰ লগতে আহত হয় দুজন লোক ৷ তথ্য অনুসৰি, বৰেলী অন্তৰ্গত বিচলপুৰত অতি বেগেৰে অহা এখন ট্ৰাকে নিয়ন্ত্ৰণ হেৰুৱাই প্ৰথমে বিপৰীত দিশৰ পৰা বাইকত অহা এহাল দম্পত্তিক খুন্দা মাৰে ফলত বাইক আৰোহী ৰুচি শ্ৰীবাস্তৱ থিতাতে নিহত হোৱাৰ লগতে গুৰুত্বভাৱে আহত হয় মহিলাগৰাকীৰ স্বামী ৷ ইয়াৰ পিচতে নিয়ন্ত্ৰণহীন ট্ৰাকখনে এখন চাৰিচকীয়া বাহনত খুন্দা মৰাৰ ফলত বাহনখনৰ চালকজন আৰু একেটা পৰিয়ালৰ 5 জন লোক নিহত হয় ৷ লগতে বাহনখনত থকা অন্য এগৰাকী মহিলা গুৰুতৰভাৱে আহত হয় ৷ আহত লোকসকলক বৰেলীৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও নিহত ৰুচি শ্ৰীবাস্তৱৰ স্বামীৰ অৱস্থা অতি সংকটজনক বুলি প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়ে ৷ আনহাতে উক্ত দুৰ্ঘটনাৰ খবৰ পায়ে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী প্ৰশাসন ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে ৷

উত্তৰ প্ৰদেশৰ বৰেলীত সংঘটিত পথ দুৰ্ঘটনা

Intro:बरेली में तेज रफ्तार अनियंत्रित ट्रक ने बाइक और ओमनी वैन को टक्कर मार दी। टक्कर इतनी जबरदस्त थी की वैन के परखच्चे उड़ गए और वैन में सवार एक ही परिवार के 5 लोगों सहित 8 लोगो की भी मौत हो गई है। हादसे की जानकारी मिलते ही पुलिस और प्रसाशन के अफसर मोके पर पहुँचे।म्रतकों के शवों को पोस्टमार्टम के लिए भेजा जा रहा है ।

Body: जलती हुई बाइक, टूटी फूटी वैन और सड़क पर पड़ी लाशें ये दर्दनाक तस्वीरे है भुता थाना क्षेत्र के बीसलपुर रोड की जहां आज एक भीषण सड़क हादसे में 8 लोगों की मौत हो गई। दरअसल बीसलपुर रोड पर एक तेज रफ्तार ट्रक ने अनियंत्रित होकर पहले बाइक को टक्कर मारी जिसमे सवार पति पत्नी में से पत्नी की मौत हो गई। बाइक में टक्कर मारने के बाद ट्रक ओमनी वैन में जा घुसा जिसमे सवार एक ही परिवार के 5 लोगो की मौत हो गई। बताया जा रहा है बीसलपुर निवासी परिवार बरेली में एक निजी अस्पताल में भर्ती एक मरीज को देखने आये थे और लौट कर जाते वक्त बीसलपुर रोड पर ट्रक ने टक्कर मार दी। इस हादसे में एक ही परिवार के 26 साल की शवा, 25 साल की शीवा, तीन महीने का बच्चा हुसैन, मुन्नी , इरम सहित 8 लोगो की मौत हो गई। इसके अलावा बाइक सवार रुचि श्रीवास्तव की मौत हो गई जबकि उसका पति संदीप ख़ुश्लोक हॉस्पिटल में ज़िंदगी और मौत से जूझ रहा है। वही ओमनी वैन के ड्राइवर यूनुस की भी इस हादसे में मौत हुई है।

भीषण सड़क हादसे की खबर लगते ही पुलिस प्रसासन के आला अधिकारी एसएसपी शैलेश कुमार पांडेय, सीओ, एडीएम स्थानीय भुता थाना पुलिस के साथ घटना स्थल पर पहुचे और सभी मृतको के शवो को पोस्टमार्टम के लिए भिजवाया गया है। जबकि दो घायलों का अलग अलग निजी अस्पतालों में ईलाज चल रहा है। घटना की सूचना के बाद कोतवाली थाने के इंस्पेक्टर गीतेश कपिल जिला अस्पताल पहुचे और सभी शवो का पंचनामा भरा जा रहा है। इस मामले में रात में ही शवो का पोस्टमार्टम करवाया जा रहा है।

बाइट- इस्तकार, परिजन
बाइट- विजय कुमार, एडीएम प्रसासन

सुनील सक्सेना
बरेली।
9412137562
Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.