চোপিয়ন, 27 জুলাই: জম্মু কাশ্মীৰৰ চোপিয়নত হিজবুল মুজাহিড্ডীন আৰু জৈচ-এ-মহম্মদৰ দুটা সন্ত্ৰাসবাদীৰ এনকাউন্টাৰ কৰে সেনা আৰক্ষীয়ে ৷ এজন সন্ত্ৰাসবাদীক মিৰ জন্নত উল ইচলাম বুলি চিনাক্ত কৰা হৈছে ৷ ইচলামৰ পাকিস্তানৰ চদ্ম নাম হৈছে মুন্না ৷ আৰক্ষীৰ তথ্য মতে মুন্নাৰ বিৰুদ্ধে কেইবাটাও গোচৰ ৰুজু হৈ থকা লগতে আছে এজন কাশ্মীৰী নাগৰিৰৰ অপহৰণ কৰা অভিযোগ ৷ মুন্না লগতে কেইবাটাও সন্ত্ৰাসবাদী আক্ৰমণৰ লগত জড়িত আছিল ৷ 17 জুনত পুলৱামাৰ আৰিহলত হোৱা IED বিস্ফোৰণৰ লগত জড়িত আছিল মুন্না ৷ এই বিস্ফোৰণত শ্বহীদ হৈছিল দুজন সেনাৰ লোক ৷
উল্লেখ্য যে, মুন্না সন্ত্ৰাসবাদী সংগঠনত সদ্য ভৰ্তীৰ কাৰ্যত নিয়োজিত আছিল ৷
জম্মু কাশ্মীৰৰ চোপিয়নত 2 সন্ত্ৰাসবাদীৰ এনকাউন্টাৰ - JAISH-E-MOHOMMAD
জম্মু কাশ্মীৰৰ চোপিয়নত হিজবুল মুজাহিড্ডীন আৰু জৈচ-এ-মহম্মদৰ দুটা সন্ত্ৰাসবাদীৰ এনকাউন্টাৰ কৰে সেনা আৰক্ষীয়ে ৷ ইয়াৰে এটা সন্ত্ৰাসবাদীক মিৰ জন্নত উল ইচলাম বুলি চিনাক্ত কৰা হৈছে ৷
চোপিয়ন, 27 জুলাই: জম্মু কাশ্মীৰৰ চোপিয়নত হিজবুল মুজাহিড্ডীন আৰু জৈচ-এ-মহম্মদৰ দুটা সন্ত্ৰাসবাদীৰ এনকাউন্টাৰ কৰে সেনা আৰক্ষীয়ে ৷ এজন সন্ত্ৰাসবাদীক মিৰ জন্নত উল ইচলাম বুলি চিনাক্ত কৰা হৈছে ৷ ইচলামৰ পাকিস্তানৰ চদ্ম নাম হৈছে মুন্না ৷ আৰক্ষীৰ তথ্য মতে মুন্নাৰ বিৰুদ্ধে কেইবাটাও গোচৰ ৰুজু হৈ থকা লগতে আছে এজন কাশ্মীৰী নাগৰিৰৰ অপহৰণ কৰা অভিযোগ ৷ মুন্না লগতে কেইবাটাও সন্ত্ৰাসবাদী আক্ৰমণৰ লগত জড়িত আছিল ৷ 17 জুনত পুলৱামাৰ আৰিহলত হোৱা IED বিস্ফোৰণৰ লগত জড়িত আছিল মুন্না ৷ এই বিস্ফোৰণত শ্বহীদ হৈছিল দুজন সেনাৰ লোক ৷
উল্লেখ্য যে, মুন্না সন্ত্ৰাসবাদী সংগঠনত সদ্য ভৰ্তীৰ কাৰ্যত নিয়োজিত আছিল ৷
SHOPIAN ENCOUNTER
Conclusion: