ETV Bharat / bharat

ত্ৰিপুৰাত কভিড-19 ত আক্ৰান্তৰ সংখ্যা 64 জনলৈ বৃদ্ধি - 62 জন জোৱানৰ দেহত

বুধবাৰলৈ ত্ৰিপুৰাত কভিড-19 ত আক্ৰান্ত ৰোগীৰ সংখ্যা 64 জনলৈ বৃদ্ধি হয় ৷ 138 নং বি এছ এফ ইউনিটৰ 62 জন লোক কৰ'ণাত আক্ৰান্ত ৷ এই সংখ্যা পৰৱৰ্তী সময়ত আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ৷

TRIPURA_COVID 19 POSITIVE CASESE RISES TO 64
ত্ৰিপুৰাত কভিড-19 ত আক্ৰান্তৰ সংখ্যা 64 জনলৈ বৃদ্ধি
author img

By

Published : May 7, 2020, 11:46 AM IST

Updated : May 7, 2020, 11:59 AM IST

নিউজ ডেস্ক, 7 মে' : বুধবাৰে ত্ৰিপুৰাত পুনৰ বৃদ্ধি পালে কৰ'ণা আক্ৰান্ত ৰোগীৰ সংখ্যা ৷ ধলাই জিলাৰ আমবাছা 138 নং বি এছ এফ ইউনিটৰ 21 জন জোৱানৰ লগতে এজন শিশুৰ গাত ধৰা পৰিল কভিড-19 ৰ উপস্থিতি ৷ এক টুইটযোগে মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে প্ৰকাশ কৰিলে এই তথ্য ৷

TRIPURA_COVID 19 POSITIVE CASESE RISES TO 64
ত্ৰিপুৰাত কভিড-19 ত আক্ৰান্তৰ সংখ্যা 64 জনলৈ বৃদ্ধি

বৰ্তমানলৈ 138 নং বি এছ এফ ইউনিটৰ 62 জন জোৱানৰ দেহত কৰ'ণা ভাইৰাছৰ সক্ৰমণ পোৱা গৈছে ৷ পৰৱৰ্তী সময়ত আক্ৰান্তৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ৷

উল্লেখযোগ্য যে, ত্ৰিপুৰাত যদি কোনো লোকে কভিড-19 ত আক্ৰান্ত হৈ মৃত্যু বৰণ কৰে তেতিয়া তেওঁৰ পৰিয়ালক 10 লাখ টকাৰ আৰ্থিক অনুদান আগবঢ়োৱা হ'ব বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক : শিলচৰত পুনৰ কভিড-19 ত আক্ৰান্ত এজন

Last Updated : May 7, 2020, 11:59 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.