ETV Bharat / bharat

আৰক্ষীৰ সৈতে হতাহতিত লিপ্ত জে এন ইউৰ শিক্ষাৰ্থী - jnu protest

দিল্লীস্থিত জৱাহৰলাল নেহেৰু বিশ্ববিদ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী বিশ্ববিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ ৷ আৰক্ষীৰ সৈতে হতাহতিত লিপ্ত হয় জে এন ইউৰ ছাত্ৰ-ছাত্ৰী ৷ বিশ্ববিদ্যালয় কৰ্তৃপক্ষই বৃদ্ধি কৰা মাচুলকৈ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ৷

আৰক্ষীৰ সৈতে হতাহতিত লিপ্ত হয় জে এন ইউৰ ছাত্ৰ-ছাত্ৰী
author img

By

Published : Nov 11, 2019, 5:11 PM IST

নিউজ ডেস্ক, 11 নৱেম্বৰ: বিশ্ববিদ্যালয়ৰ আৱাসৰ মাচুল বৃদ্ধি কৰাক লৈ সোমবাৰে প্ৰতিবাদ সাব্যস্ত কৰা জৱাহৰলাল নেহেৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল আৰক্ষীৰ সৈতে হতাহতিত লিপ্ত হয় ৷ বিশ্ববিদ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা বিশ্ববিদ্যালয়খনৰ ছাত্ৰ একতা সভাক সপূৰ্ণৰূপে সহযোগ আগবঢ়াইছে বিশ্ববিদ্যালয়খনৰ অন্যান্য শিক্ষাৰ্থীসকলে ৷ বিশ্ববিদ্যালয় কৰ্তৃপক্ষই বৃদ্ধি কৰা মাচুলকৈ সৃষ্টি হয় এই উত্তপ্ত পৰিস্থিতিৰ ৷

আৰক্ষীৰ সৈতে হতাহতিত লিপ্ত হয় জে এন ইউৰ ছাত্ৰ-ছাত্ৰী

প্ৰতিবাদী শিক্ষাৰ্থীৰ মন্তব্য- "বিগত চল্লিশ দিন ধৰি আমি ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আহিছো, কিন্তু আমাৰ প্ৰতিবাদক কোনোধৰণৰ কেৰেপ কৰা নাই বিশ্ববিদ্যালয় কৰ্তৃপক্ষই" ৷

বিশ্ববিদ্যালয়খনৰ প্ৰায় 40 শতাংশ শিক্ষাৰ্থীয়ে দুখীয়া পৰিয়ালৰ পৰা অহা বুলিও সদৰি কৰে প্ৰতিবাদকাৰী শিক্ষাৰ্থীসকলে ৷

  • #WATCH Delhi: Women police personnel push back girl students of JNU as the protest by Jawaharlal Nehru Students' Union (JNUSU), over different issues including fee hike, continues outside the university campus. pic.twitter.com/FahM7wi8VV

    — ANI (@ANI) November 11, 2019 " class="align-text-top noRightClick twitterSection" data=" ">

উল্লেখ্য যে, সোমবাৰে জে এন ইউত অনুষ্ঠিত হৈছে 3 সংখ্যক সমাৱৰ্তন অনুষ্ঠান ৷ দেশৰ উপ-ৰাষ্ট্ৰপতি ভেংকাইয়া নাইডু আৰু মানৱ সম্পদ উন্নয়ন দপ্তৰৰ মন্ত্ৰী ৰমেশ পোখৰিয়াল নিশাঙক সমাৱৰ্তন অনুষ্ঠানটোৰ মুখ্য অতিথিৰূপে উপস্থিত থাকে ৷ ভেংকাইয়া নাইডু সমাৱৰ্তন অনুষ্ঠানত উপস্থিত হোৱাৰ পাচতেই প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীসকলে অৱৰোধ কৰে নেলছন মেণ্ডেলা ৰোড ৷

  • #WATCH Delhi: A scuffle between the police and protesting students breaks out, as the protest organised by Jawaharlal Nehru Students' Union (JNUSU) over different issues including fee hike, continues outside the university campus. pic.twitter.com/yOlezY9Rjx

SCUFFLE BETWEEN JNU STUDENTS AND POLICE BREAK OUT

আৰক্ষীৰ সৈতে হতাহতিত লিপ্ত জে এন ইউৰ ছাত্ৰ-ছাত্ৰী

নিউজ ডেস্ক, 11 নৱেম্বৰ: বিশ্ববিদ্যালয়ৰ আৱাসৰ মাচুল বৃদ্ধি কৰাক লৈ সোমবাৰে প্ৰতিবাদ সাব্যস্ত কৰা জৱাহৰলাল নেহেৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল আৰক্ষীৰ সৈতে হতাহতিত লিপ্ত হয় ৷ বিশ্ববিদ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা বিশ্ববিদ্যালয়খনৰ ছাত্ৰ একতা সভাক পূৰ্ণৰূপে সহযোগ আগবঢ়াইছে বিশ্ববিদ্যালয়খনৰ অন্যান্য শিক্ষাৰ্থীসকলে ৷ বিশ্ববিদ্যালয় কৰ্তৃপক্ষই বৃদ্ধি কৰা মাচুলকৈ সৃষ্টি হয় এই উত্তপ্ত পৰিস্থিতিৰ ৷ প্ৰতিবাদী শিক্ষাৰ্থীৰ মন্তব্য-"বিগত চল্লিশ দিন ধৰি আমি ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আহিছো, কিন্তু আমাৰ প্ৰতিবাদক কোনোধৰণৰ কেৰেপ কৰা নাই বিশ্ববিদ্যালয় কৰ্তৃপক্ষই" ৷ বিশ্ববিদ্যালয়খনৰ প্ৰায় 40 শতাংশ শিক্ষাৰ্থীয়ে দুখীয়া পৰিয়ালৰ পৰা আহে বুলিও জনায় প্ৰতিবাদকাৰী শিক্ষাৰ্থীসকলে ৷
উল্লেখ্য যে, সোমবাৰে জে এন ইউত অনুষ্ঠিত হৈছে 3 সংখ্যক সমাৱৰ্তন অনুষ্ঠান ৷ দেশৰ উপ-ৰাষ্ট্ৰপতি ভেংকাইয়া নাইডু আৰু মানৱ সম্পদ উন্নয়ন দপ্তৰৰ মন্ত্ৰী ৰমেশ পোখৰিয়াল নিশাঙক সমাৱৰ্তন অনুষ্ঠানটোৰ মুখ্য অতিথিৰূপে উপস্থিত থাকে ৷ ভেংকাইয়া নাইডু সমাৱৰ্তন অনুষ্ঠানত উপস্থিত হোৱাৰ পাচতেই প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীসকলে অৱৰোধ কৰে নেলছন মেণ্ডেলা ৰোড ৷
768-512-5026470-thumbnail-3x2-jnu.jpg
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.