ETV Bharat / bharat

উচ্চতম ন্যায়ালয়ক বিপথে পৰিচালিত কৰাৰ বাবে অভিযুক্তত কাৰণ দৰ্শোৱাৰ জাননি জাৰী - ন্যায়ালয়ৰ ৰায়ত

উচ্চতম ন্যায়ালক অভিযুক্তই প্ৰকৃত ৰায় প্ৰদান কৰাত বিভ্ৰান্তি সৃষ্টি কৰা লগতে ন্যায়ালয়ক বিৰক্ত কৰাত কাৰণ দৰ্শোৱাৰ জাননি জাৰী কৰিছে ৷ উল্লেখযোগ্য যে, এছ শংকৰৰ নামৰ অভিযুক্ত জনে অন্ধপ্ৰদেশ উচ্চ ন্যায়ালয়ৰ ৰায়ত অসন্তুষ্ট হৈ উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছিল ৷

SC issues show-cause notice to convict for misleading it to get favourable order
উচ্চতম ন্যায়ালয়ক বিপথে পৰিচালিত কৰাৰ বাবে অভিযুক্তত কাৰণ দৰ্শোৱাৰ জাননি জাৰী
author img

By

Published : Dec 26, 2020, 7:02 PM IST

নিউজ ডেস্ক,26 ডিচেম্বৰঃ উচ্চতম ন্যায়ালয়ে এটা নিৰ্ধাৰিত গোছৰৰ ৰায় ভুলকৈ প্ৰতিলিপি প্ৰস্তুত কৰি ন্যায়ালয়ক বিপথে পৰিচালিত কৰাক কেন্দ্ৰ কৰি ন্যায়ালয়ে জাননি জাৰী কৰি কৈছে যে, অভিযুক্তই কেৱল গ্ৰাফ্ট কেলংকাৰীৰ জৰিমনা প্ৰৰিশোধ কৰাৰ বাবে বিনামূলীয়াকৈ খোজ কাঢ়িব লাগিব ৷

উচ্চতম ন্যায়ালয়ৰ এখন শীৰ্ষ বেঞ্চে অভিযুক্ত এছ শংকৰক নিৰ্দেশ জাৰি কৰাৰ সময়ত প্ৰশ্ন কৰে যে, তেওঁৰ ওপৰত কিয় এই নিৰ্দেশ প্ৰয়োগ কৰা নহ’ব আৰু ন্যায়ালয়ক বিভ্ৰান্ত কৰাৰ বাবে কিয় অধিক উপযুক্ত পদক্ষেপ তেওঁৰ বিৰুদ্ধে ল’ব নালাগে বুলি প্ৰশ্ন কৰে এছ শংকৰক ৷

জানিব পৰা মতে, উচ্চতম ন্যায়লয়ে 23 জুলাই 2019 ত শংকৰক দুৰ্নীতিৰ গোচৰত 1000 টকাৰ জৰিমনা বিহাৰ লগতে বিনামূলীয়াকৈ খোজ কাঢ়িবলৈ ৰায় প্ৰদান কৰিছিল ৷ ইপিনে অন্ধপ্ৰদেশ উচ্চ ন্যালয়ে ৰায় প্ৰদান কৰোতে ভালদৰে পৰ্যবেক্ষণ নকৰাকৈ 2000 চনত ৰায় প্ৰদান কৰিছিল বুলি উচ্চতম ন্যায়লয়ে উল্লেখ কৰে ৷

উল্লেখযোগ্য যে, এছ শংকৰ নামৰ অভিযুক্ত গৰাকীয়ে উচ্চ ন্যালয়ৰ ৰায়ত অসন্তুষ্ট হৈ উচ্চতম ন্যায়লয়ত লেখ আবেদন দাখিল কৰিছিল ৷

লগতে পঢ়কঃ আজি ৪২সংখ্যক জি এছ টি পৰিষদৰ বৈঠক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.