ETV Bharat / bharat

ভাৰত-পাকিস্তানৰ মাজত শান্তি প্ৰতিষ্ঠাৰ বাবে আগবাঢ়ি আহিছে ৰাছিয়া - ইটিভি অসম

ভাৰত আৰু পাকিস্তানৰ মাজত শান্তি আলোচনাৰ বাবে স্থান নিৰ্ধাৰণতো আগভাগ ল'ব ৰাছিয়াই

ETV BHARAT
author img

By

Published : Mar 2, 2019, 1:38 PM IST

ভাৰত আৰু পাকিস্তানৰ মাজৰ যুদ্ধসদৃশ পৰিস্থিতি লাঘৱৰ বাবে ৰাছিয়াই পালন কৰিব মধ্যস্থতাকাৰীৰ ভূমিকা। দুয়ো দেশৰ মাজত শান্তি প্ৰতিষ্ঠাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী চেৰগেই লাভৰভে।

পাকিস্তানৰ বৈদেশিক মন্ত্ৰী শ্বাহ মেহমুদ কুৰেশ্বিৰ সৈতে হোৱা এক টেলিফোনিক বাৰ্তালাপত ৰাছিয়াই এই আশ্বাস প্ৰদান কৰা বুলি জানিবলৈ দিয়ে পাকিস্তানৰ বৈদেশিক মন্ত্ৰণালয়ে। ভাৰত আৰু পাকিস্তানৰ মাজত শান্তি আলোচনাৰ বাবে স্থান নিৰ্ধাৰণতো আগভাগ ল'ব ৰাছিয়াই।

Russia offers to mediate between India-Pak tensions

ভাৰত-পাকিস্তানৰ মাজত শান্তি প্ৰতিষ্ঠাৰ বাবে আগবাঢ়ি আহিছে ৰাছিয়া

ভাৰত আৰু পাকিস্তানৰ মাজৰ যুদ্ধসদৃশ পৰিস্থিতি লাঘৱৰ বাবে ৰাছিয়াই পালন কৰিব মধ্যস্থতাকাৰীৰ ভূমিকা। দুয়ো দেশৰ মাজত শান্তি প্ৰতিষ্ঠাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী চেৰগেই লাভৰভে।

পাকিস্তানৰ বৈদেশিক মন্ত্ৰী শ্বাহ মেহমুদ কুৰেশ্বিৰ সৈতে হোৱা এক টেলিফোনিক বাৰ্তালাপত ৰাছিয়াই এই আশ্বাস প্ৰদান কৰা বুলি জানিবলৈ দিয়ে পাকিস্তানৰ বৈদেশিক মন্ত্ৰণালয়ে। ভাৰত আৰু পাকিস্তানৰ মাজত শান্তি আলোচনাৰ বাবে স্থান নিৰ্ধাৰণতো আগভাগ ল'ব ৰাছিয়াই। 
Russia.jpg
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.