ETV Bharat / bharat

প্লাষ্টিক নিষেধাজ্ঞাৰ জৰিয়তে মৰাপাট শিল্পৰ পুনৰুদ্ধাৰ

author img

By

Published : Jan 31, 2020, 4:48 PM IST

পশ্চিম বংগৰ মৰাপাট খেতিয়ক সকলক উৎসাহিত কৰা আৰু তেঁওলোকৰ সমস্যাসমূহ আলোচনা কৰাৰ বাবে কেন্দ্ৰই ইতিমধ্যে পশ্চিম বংগৰ মৰাপাট আয়ুক্তক এই সমস্যাসমূহৰ সমাধানৰ বাবে বিস্তৃত প্ৰতিবেদন দাখিল কৰিবলৈ আদেশ দিয়ে ৷

Reviving the jute industry with plastic ban
প্লাষ্টিক নিষেধাজ্ঞাৰ জৰিয়তে মৰাপাট শিল্পৰ পুনৰুদ্ধাৰ

নিউজ ডেক্স, 31 জানুৱাৰীঃ একক ব্যৱহৃত প্লাষ্টিকৰ ব্যৱহাৰ হ্ৰাস কৰা আজিৰ দিনটোৰ প্ৰধান মন্ত্ৰ আৰু এই দিশত কেন্দ্ৰীয় চৰকাৰেও মৰাপাট শিল্পক নতুন দিশ দিয়াৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হৈছে ৷ মৰাপাট খেতিয়কসকলৰ লগতে মৰাপাটৰ সামগ্ৰী নিৰ্মান কৰা ব্যৱসায়ীসকলো চৰকাৰৰ এই সিদ্ধান্তক লৈ আশাবাদী ৷ পশ্চিম বংগৰ মৰাপাট খেতিয়ক সকলক উৎসাহিত কৰা আৰু তেঁওলোকৰ সমস্যাসমূহ আলোচনা কৰাৰ বাবে কেন্দ্ৰই ইতিমধ্যে পশ্চিম বংগৰ মৰাপাট আয়ুক্তক এই সমস্যাসমূহৰ সমাধানৰ বাবে বিস্তৃত প্ৰতিবেদন দাখিল কৰিবলৈ আদেশ দিয়ে ৷

উল্লেখ্য যে, এই প্ৰতিবেদনে ভৱিষ্যতে মৰাপাট ভিত্তিক পণ্যসমূহৰ ওপৰত আইনী ৰক্ষা আৰু সংশোধনৰ পথ প্ৰশস্ত কৰিব ৷ প্ৰতিবেদনখনে খেতিপথাৰসমূহত পৰ্যাপ্ত পানীৰ পৰিমাণ নিৰ্ধাৰণ কৰা আৰু উন্নত মানৰ মৰাপাটৰ বীজৰ বিকাশৰ ক্ষেত্ৰতো গুৰুত্ব প্ৰদান কৰিব ৷ নদিয়াৰ মৰাপাট খেতিয়কসকলে কেন্দ্ৰ আৰু ৰাজ্য উভয় চৰকাৰে এই দিশত প্ৰদান কৰা ইতিবাচক পদক্ষেপৰ ওপৰত আশাবাদী ৷ কাৰণ তেঁওলোকে বিশ্বাস কৰে যে, মৰাপাট সামগ্ৰীৰ বৰ্ধিত চাহিদাই মৰাপাট খেতিৰ বৃদ্ধিত প্ৰভাৱ বিস্তাৰ কৰিব ৷

প্লাষ্টিকৰ সামগ্ৰী নিৰ্মানৰ সৈতে জড়িত লোকসকলে কেন্দ্ৰক সমগ্ৰ দেশতে একক ব্যৱহৃত প্লাষ্টিক নিষিদ্ধ কৰা সিদ্ধান্তৰ গতি লেহেমীয়া কৰাৰ বাবে আবেদন কৰিছে ৷ প্লাষ্টিকৰ ভয়াৱহতা হ্ৰাসৰ মূল চাবিকাঠি হ’ল প্লাষ্টিকৰ সামগ্ৰীৰ ব্যৱহাৰ হ্ৰাস আৰু তাৰ বিপৰীতে মৰাপাটৰ সামগ্ৰীৰ ব্যৱহাৰ বৃদ্ধি ৷

লগতে পঢ়ক-সদনত দাখিল অৰ্থনৈতিক সমীক্ষাৰ প্ৰতিবেদন

Intro:Body:

Plastic story for 31st

O:\GFX\30-Jan-2020

O:\GFX\26-Jan-2020\Plastic story for Jan 31

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.