ETV Bharat / bharat

পৰাগ ভূঞাৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত ৰাহুল গান্ধীৰ টুইট - কংগ্ৰেছ নেতা ৰাহুল গান্ধী

কাকপথাৰৰ সাংবাদিক পৰাগ ভূঞাৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত ৰাহুল গান্ধীৰ টুইট ৷ বিজেপি শাসিত ৰাজ্যত সাহসী সাংবাদিকক হত্যা কৰা হৈছে বুলি সমালোচনা গান্ধীৰ ৷

পৰাগ ভূঞাৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত ৰাহুল গান্ধীৰ টুইট
ৰাহুল গান্ধী
author img

By

Published : Nov 13, 2020, 10:10 PM IST

নিউজ ডেস্ক, 13 নৱেম্বৰ : কাকপথাৰৰ সাংবাদিক পৰাগ ভূঞাৰ ৰহস্যজনক দুৰ্ঘটনা আৰু মৃত্যুয়ে জোকাৰি গৈছে সমগ্ৰ ৰাজ্য ৷ ৰাজ্যৰ চৌদিশে চলিছে পৰাগ ভূঞাৰ ন্যায়ৰ দাবীত প্ৰতিবাদ ৷ এই ঘটনা সন্দৰ্ভত টুইটাৰৰ জৰিয়তে নিজৰ মত প্ৰকাশ কৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ৷

  • भाजपा नेताओं के भ्रष्टाचार का पर्दाफ़ाश करने वाले असम के पत्रकार पराग भुइयां की संदिग्ध परिस्थिति में हत्या हो गयी। उनके परिवार को मेरी संवेदनाएँ।

    असम, मध्य प्रदेश या यूपी, भाजपा शासित राज्यों में सच्ची पत्रकारिता का गला घोटा जा रहा है और तमाशा करने वालों को सुरक्षा मिल रही है।

    — Rahul Gandhi (@RahulGandhi) November 13, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

গান্ধীয়ে টুইটাৰৰ জৰিয়তে কয়, "বিজেপি নেতাৰ ভ্ৰষ্টাচাৰ উদঙোৱা অসমৰ সাংবাদিক পৰাগ ভূঞাক সন্দেহজনকভাৱে হত্যা কৰা হ'ল ৷ তেওঁৰ শোক সন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিলো ৷ অসম, মধ্য প্ৰদেশ অথবা উত্তৰ প্ৰদেশৰ দৰে বিজেপি শাসিত ৰাজ্যসমূহত সাহসিকতাৰে সাংবাদিকতা কৰা সাংবাদিকসকলক হত্যা কৰা হৈছে আৰু হিংসা বিয়পোৱাসকলক সুৰক্ষা দিয়া হৈছে ৷"

লগতে পঢ়ক : মহাজোঁট অবিহনে বিজেপিক প্ৰতিহত কৰা অসম্ভৱঃ অজিত ভূঞা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.