ETV Bharat / bharat

কৰ'ণা আতংক : চিকিৎসকৰ আছুতীয়া কক্ষত আৱদ্ধ গজপতি মহাৰাজ ! - চিকিৎসকৰ আছুতীয়া কক্ষত আৱদ্ধ গজপতি মহাৰাজ

পবিত্ৰ তীৰ্থস্থান পুৰীৰ গজপতি মহাৰাজক নিজ গৃহতে এটা আছুতীয়া কক্ষত আৱদ্ধ কৰি ৰখা হৈছে ৷

চিকিৎসকৰ আছুতীয়া কক্ষত আৱদ্ধ গজপতি মহাৰাজ

author img

By

Published : Mar 17, 2020, 10:46 PM IST

নিউজ ডেস্ক, 17 মাৰ্চ : চিকিৎসকৰ আছুতীয়া কক্ষত আৱদ্ধ গজপতি মহাৰাজ ৷ পবিত্ৰ তীৰ্থস্থান পুৰীৰ গজপতি মহাৰাজক নিজ গৃহতে এটা আছুতীয়া কক্ষত আৱদ্ধ কৰি ৰখা হৈছে ৷ জগন্নাথ সজাগতা কাৰ্যসূচীত ভাগ লোৱাৰ বাবে সংযুক্ত ৰাষ্ট্ৰ ভ্ৰমণ কৰি যোৱা 15 মাৰ্চত ভূৱনেশ্বৰত উপস্থিত হৈছিল গজপতি মহাৰাজ ৷ অৱশ্যে গজপতি মহাৰাজে চৰকাৰী নীতি অনুযায়ী তেখেতৰ নাম প'ৰ্টেলত পঞ্জীয়ন কৰিছিল ৷

Puri Gajapati Maharaj in Home Isolation
আছুতীয়া কক্ষত গজপতি মহাৰাজ

উল্লেখ্য যে, কালি ওড়িশাৰ ৰাজ্য চৰকাৰে ঘোষণা কৰে যে, যিসকলে 8 মাৰ্চ পৰ্যন্ত ভ্ৰমণ কৰি ৰাজ্যলৈ উভতি আহিছে তেওঁলোকে নাম পঞ্জীয়ন কৰিব লাগিব ৷ গজপতি মহাৰাজেও তেখেতৰ নাম অন্তৰ্ভুক্ত কৰিব লাগিব বুলি নিৰ্দেশ দিছিল ওড়িশা চৰকাৰে ৷ গজপতি মহাৰাজে পৰিয়ালৰ লোকৰ সৈতে বিদেশ ভ্ৰমণ কৰিছিল আৰু তেওঁলোকক আনলোকৰ পৰা আঁতৰি থাকিবলৈ অনুৰোধ জনায় স্ব-গৃহতেই আছুতীয়াভাৱে ৰখা হৈছে ৷

চিকিৎসকৰ আছুতীয়া কক্ষত আৱদ্ধ গজপতি মহাৰাজ

লগতে পঢ়ক : আত্মহত্যাৰ পূৰ্বে ফেচবুকত ভিডিঅ' আপলোড : ছুইচাইড নোটত প্ৰেমিকাৰ পিতৃৰ নাম !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.