ETV Bharat / bharat

"আম্ফান"ৰ স্থিতিকলৈ প্ৰধানমন্ত্ৰীৰ বৈঠক

"আম্ফান" ঘুৰ্ণী বতাহে 20 মে‘ৰ দুপৰীয়া অথবা বিয়লিৰ ভাগত 155-165 কিলোমিটাৰ প্ৰতি ঘণ্টা গতিৰে উত্তৰ-পূৰ্বীয় দিশেৰে আগবাঢ়়ি ধীগা-থিয়া দ্বীপৰ মাজেৰে পাৰ হ'ব ৷

author img

By

Published : May 18, 2020, 5:21 PM IST

Updated : May 18, 2020, 8:39 PM IST

pm-to-chair-meeting-with-mha-ndma-on-cyclone-amphan
"আমফান"ৰ স্থিতিকলৈ গৃহ মন্ত্ৰালয় আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰাধিকৰণৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক

নিউজ ডেস্ক, 18 মে‘ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে ঘুৰ্ণীবতাহ "আম্ফান"ৰ বৰ্তমানৰ স্থিতিকলৈ গৃহ মন্ত্ৰালয় আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰাধিকৰণৰ সৈতে এক উচ্চস্থৰীয় বৈঠকত মিলিত হব ৷ বিয়লি চাৰি বজাত হবলগীয়া এই বৈঠকত দেশৰ কিছু প্ৰান্তত উৎপন্ন আম্ফান ঘুৰ্ণীবতাহৰ স্থিতিৰ সমীক্ষা কৰা হব ৷

  • To review the arising cyclone situation in various parts of the country, PM @narendramodi ji will chair a high level meeting with MHA & NDMA, today at 4pm.

    — Amit Shah (@AmitShah) May 18, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

ভাৰতৰ বতৰ বিজ্ঞান বিভাগৰ অধ্যক্ষ জেনেৰেল মৃত্যুঞ্জয় মোহপাত্ৰই কয় যে, বংগৰ উপকুলত "আম্ফান" ঘুৰ্ণীবতাহে দুপৰীয়া 2,30 বজাত এক ভয়ংকৰ ঘুৰ্ণীবতাহলৈ ৰূপান্তৰিত হয় ৷ তদুপৰি এই ঘুৰ্ণীবতাহে 20 মে‘ৰ দুপৰীয়া অথবা বিয়লিৰ ভাগত 155-165 কিলোমিটাৰ প্ৰতি ঘণ্টা গতিৰে উত্তৰ-পূৰ্বীয় দিশেৰে আগবাঢ়়ি ধীগা-থিয়া দ্বীপৰ মাজেৰে পাৰ হব ৷

লগতে পঢ়ক : আগন্তুক 6 ঘণ্টাৰ ভিতৰত পাবহি " আম্ফান " !

Last Updated : May 18, 2020, 8:39 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.