ETV Bharat / bharat

নিৰ্বাচনত জয়লাভৰ উদ্দেশ্যে মোডীয়ে দেশত হিংসা বিয়পাইছে : ৰাহুল গান্ধী - rahul gandhi

ৱায়ানাড়ত মোডীক কটু সমালোচনা ৰাহুল গান্ধীৰ ৷

ৱায়ানাড়ত মোডীক কটু সমালোচনা ৰাহুল গান্ধীৰ
author img

By

Published : Jun 8, 2019, 6:03 PM IST

Updated : Jun 9, 2019, 4:11 PM IST

নিউজ ডেস্ক, 8 জুন : ভাৰতক দ্বি-খণ্ডিত কৰিবলৈ হিংসা-অপ্ৰীতিকৰ পৰিস্থিতিৰ ৰাজনীতি কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে৷ এই মন্তব্য কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধীৰ৷

লোকসভা নিৰ্বাচনত শোচনীয় পৰাজয়ৰ অন্তত ৱায়ানাড়ত উপস্থিত হৈ মোডীক কটু ভাষাৰে সমালোচনা কৰে ৰাহুল গান্ধীয়ে৷ নিৰ্বাচনত জয়ী হোৱাৰ উদ্দেশ্যে মিছা আৰু অসৎ উপায় অৱলম্বন কৰা বুলিও মোডীক সমালোচনা কৰে ৰাহুল গান্ধীয়ে৷ মোডীৰ দ্বি-খণ্ডিতকৰণৰ বৰবিহে ভাৰতীয়ক জুৰুলা কৰা বুলিও প্ৰকাশ কৰে ৰাহুলে৷

ৱায়ানাড়ত মোডীক কটু সমালোচনা ৰাহুল গান্ধীৰ

কেৰালাৰ ৱায়ানাড় সমষ্টিৰ পৰা জয়লাভ কৰিবলৈ সক্ষম হোৱা ৰাহুলে শনিবাৰে উপস্থিত হৈছে নিজ সমষ্টিটোত৷

Wayanad (Kerala), Jun 08 (ANI): Congress president Rahul Gandhi during his first visit in parliamentary constituency Wayanad attacked PM Modi and said Prime Minister Narendra Modi is using the 'poison of hatred' to divide the country, and added that the BJP stalwart uses 'lies' to win elections. "At the national level we're fighting poison. Mr Narendra Modi uses poison, I am using a strong word but Mr. Narendra Modi uses poison of hatred to divide this country. He uses anger and hatred to divide the people of this country. He uses lies to win elections," Gandhi said while addressing a public gathering in Wayanad where he held a road show to express his gratitude for his voters.
Last Updated : Jun 9, 2019, 4:11 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.