নিউজ ডেস্ক,১৬ জুনঃ মঙলবাৰে উচ্চতম ন্যায়লয়ত এখন পিটিছনৰ সন্দৰ্ভত শুনানি গ্ৰহণ কৰি FIR দাখিল কৰা সাংবাদিক আৰু সংবাদ প্ৰতিষ্ঠানৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰা হয় জানিব বিচাৰিলে ন্যালয়ে ।
মুখ্য ন্যায়ধীশ ব'বডেৰ নেতৃত্ব বহা আদালতে ভিডিঅ কনফাৰেন্সিৰ জৰিয়তে শুনানি গ্ৰহণ কৰে। ইপিনে এল ই এ দাখিল কৰা অধিবক্তা ঘনশ্যাম উপধ্যায়ে দাবী জনাই যে কিছুমান নিউজ চেনেলে টাৰ্গেট কৰি লোৱা হৈছে তেওঁ লোকৰ কন্ঠ ৰোধ কৰিবৰ বাবে ।
ব'বডেৰ আদালতে কয় যে আমি কোনো ধৰণৰ মন্তব্য বা সিদ্ধান্ত নিদিও চৰকাৰে চৰকাৰে ইয়াৰ ওপৰত কি সিদ্ধান্ত গ্ৰহণ কৰে কৰিব বুলি উল্লেখ কৰে ।