ETV Bharat / bharat

উত্তৰ পূৱ ভাৰতৰ নাগৰিকৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

author img

By

Published : Jun 20, 2020, 4:02 PM IST

উত্তৰ পূৱ ভাৰতৰ দিল্লীত থকা নাগৰিকে চীনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷ 15 জুনত চীনা সৈন্যৰ হাতত 20 জন ভাৰতীয় সেনাই শ্বহীদ বৰণ কৰাৰ বিৰুদ্ধে ৷

People from Northeast protest against China
উত্তৰ পূব ভাৰতৰ নাগৰিকৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

নিউজ ডেস্ক, 20 জুনঃ উত্তৰ পূৱ ভাৰতৰ কিছু সংখ্যক লোকে দিল্লীস্থিত ৰাষ্ট্ৰীয় তিন মূৰ্তি মাৰ্গত চীনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে শনিবাৰে ৷ গালৱান ভেলিত চীনা সৈন্যৰ আক্ৰমণৰ ফলত 20 জন ভাৰতীয় সেনাই শ্বহীদ বৰণ কৰাৰ বাবে চীনৰ বিৰুদ্ধে প্ৰতিবাদ কৰি ক্ষোভ প্ৰকাশ কৰে শান্তি পূৰ্ণভাৱে মাস্ক আৰু সামাৰিক দুৰত্ব বজাই ৰাখি ৷ লগতে ভাৰত চৰকাৰক শ্ৰীঘ্ৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায় ৷

লগতে চাওকঃ কলিয়াবৰত পুনৰ দুজনৰ দেহত কোভিড-19 পজিটিভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.