ETV Bharat / bharat

জম্মু-কাশ্মীৰত পাকিস্তানৰ যুদ্ধবিৰতি উলংঘন - যুদ্ধবিৰতি উলংঘন

সোমবাৰে পুৱতি নিশা জম্মু-কাশ্মীৰৰ আখনুৰ চেক্টৰত পুনৰবাৰ যুদ্ধবিৰতি উলংঘন কৰে পাকিস্তানে।

etv bharat
author img

By

Published : Mar 4, 2019, 11:54 AM IST

নিউজ ডেস্ক, ৪ মাৰ্চ : যুদ্ধবিৰতি নীতি মানি নচলা পাকিস্তানৰ বাবে যেন এক দৈনন্দিন ঘটনা। শুকুৰবাৰৰ পৰা ক্ৰমাগতভাৱে যুদ্ধবিৰতি নীতি উলংঘনমূলক গুলীবৰ্ষণত ব্যস্ত চিৰবৈৰী পাকিস্তান।

সোমবাৰে পুৱতি নিশা জম্মু-কাশ্মীৰৰ আখনুৰ চেক্টৰত পুনৰবাৰ যুদ্ধবিৰতি উলংঘন কৰে পাকিস্তানে। প্ৰায় তিনিঘণ্টা ধৰি চলা গুলীবৰ্ষণত ক্ষয়-ক্ষতিৰ পৰিমাণ এতিয়াও প্ৰকাশ কৰা নাই ভাৰতীয় সেনাই।

উল্লেখ্য যে, জম্মু-কাশ্মীৰৰ কুপাৱাৰা জিলাত হাণ্ডৱাৰাত শুকুৰবাৰৰ পৰা অব্যাহত আছিল সেনা আৰু সন্ত্ৰাসবাদীৰ সংঘৰ্ষ। এই সংঘৰ্ষত ভাৰতীয় সেনাৰ হাতত দেওবাৰে নিহত হৈছিল দুজনকৈ সন্ত্ৰাসবাদী। ইয়াৰ পূৰ্বে সংঘৰ্ষত নিহত হৈছিল চাৰিজনকৈ ভাৰতীয় জোৱান তথা এজন স্থানীয় লোক।

Pakistani troops on Monday violated ceasefire again in J&K

জম্মু-কাশ্মীৰত পাকিস্তানৰ যুদ্ধবিৰতি উলংঘন 

নিউজ ডেস্ক, ৪ মাৰ্চ : যুদ্ধবিৰতি নীতি মানি নচলা পাকিস্তানৰ বাবে যেন এক দৈনন্দিন ঘটনা। শুকুৰবাৰৰ পৰা ক্ৰমাগতভাৱে যুদ্ধবিৰতি নীতি উলংঘনমূলক গুলীবৰ্ষণত ব্যস্ত চিৰবৈৰী পাকিস্তান। 

সোমবাৰে পুৱতি নিশা জম্মু-কাশ্মীৰৰ আখনুৰ চেক্টৰত পুনৰবাৰ যুদ্ধবিৰতি উলংঘন কৰে পাকিস্তানে। প্ৰায় তিনিঘণ্টা ধৰি চলা গুলীবৰ্ষণত ক্ষয়-ক্ষতিৰ পৰিমাণ এতিয়াও প্ৰকাশ কৰা নাই ভাৰতীয় সেনাই। 

উল্লেখ্য যে, জম্মু-কাশ্মীৰৰ কুপাৱাৰা জিলাত হাণ্ডৱাৰাত শুকুৰবাৰৰ পৰা অব্যাহত আছিল সেনা আৰু সন্ত্ৰাসবাদীৰ সংঘৰ্ষ। এই সংঘৰ্ষত ভাৰতীয় সেনাৰ হাতত দেওবাৰে নিহত হৈছিল দুজনকৈ সন্ত্ৰাসবাদী। ইয়াৰ পূৰ্বে সংঘৰ্ষত নিহত হৈছিল চাৰিজনকৈ ভাৰতীয় জোৱান তথা এজন স্থানীয় লোক। 
768-512-2597973-544-ed4c6172-9b27-45b5-b899-9d7c0fbd66ab.jpg
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.