ETV Bharat / bharat

পাক অধিকৃত কাশ্মীৰক ভাৰতক গতাই দিব লাগে পাকিস্তানেঃ উপ ৰাষ্ট্ৰপতি নাইডু - পাকিস্তান

এম ভেংকায়া নাইডুৱে বুধবাৰে পাকিস্তানক কটাক্ষ কৰি কয় যে কাশ্মীৰ সন্দৰ্ভত কথা পাতিবলগীয়া কোনো কথা নাই ৷ তেওঁ লগতে কয় যে পাকিস্তানে পাক অধিকৃত কাশ্মীৰক বিনাচৰ্তে ভাৰতক গতাই দিব লাগে ৷

পাকিস্তান অধিকৃত কাশ্মীৰক ভাৰতক গতাই দিব লাগে পাকিস্তানেঃ উপ ৰাষ্ট্ৰপতি নাইডু
author img

By

Published : Aug 28, 2019, 6:53 PM IST

নেশ্যনেল ডেস্ক, 28 আগষ্টঃ উপ ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে বুধবাৰে পাকিস্তানক কটাক্ষ কৰি কয় যে কাশ্মীৰ সন্দৰ্ভত কথা পাতিবলগীয়া কোনো কথা নাই ৷ তেওঁ লগতে কয় যে পাকিস্তানে পাক অধিকৃত কাশ্মীৰক বিনাচৰ্তে ভাৰতক গতাই দিব লাগে ৷ উপ ৰাষ্ট্ৰপতি গৰাকীয়ে মঙলবাৰে কয় যে অনুচ্ছেদ 370 বাতিল কৰাৰ সিদ্ধান্ত ৰাজনৈতিক নাছিল আৰু এই সিদ্ধান্ত ৰাষ্ট্ৰৰ হিতাৰ্থে লোৱা হৈঠিল ৷

Intro:Body:

dd

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.