ETV Bharat / bharat

জম্মু-কাশ্মীৰৰ উৰিত শান্তি চুক্তি উলংঘন পাকিস্তানঃ আহত এজন

author img

By

Published : Mar 1, 2019, 2:13 PM IST

পাকিস্তানী সেনাৰ গুলীচালনাত আহত এজন

উৰিত সংঘৰ্ষ বিৰাম উলংঘন পাকিস্তানৰ

নিউজ ডেস্ক, ১ মাৰ্চঃ জম্মু-কাশ্মীৰৰ উৰিত শান্তি চুক্তি উলংঘন পাকিস্তানৰ । য'ত শুকুৰবাৰে পাকিস্তানী সেনাৰ গুলীচালনাত আহত হয় এজন সাধাৰণ লোক । ভাৰতীয় সেনা বিষয়াই প্ৰকাশ কৰা তথ্য অনুসৰি বৃহস্পতিবাৰে সন্ধিয়াৰ পৰা নিশা পৰ্যন্ত পাক সেনাই জম্মু-কাশ্মীৰৰ উৰিৰ বাৰামুল্লা জিলাৰ অন্তৰ্গত কামালকট এলেকাত থকা ভাৰতীয় সেনাৰ চকীৰ লগতে গাঁওসমূহলৈ লক্ষ্য কৰি গুলীচালনা কৰে ।

Intro:Body:

উৰিত সংঘৰ্ষ বিৰাম উলংঘন পাকিস্তানৰ : আহত এজন

নিউজ ডেস্ক, ১ মাৰ্চ : জম্মু-কাশ্মীৰৰ উৰিত শান্তি চুক্তি উলংঘন পাকিস্তানৰ । য'ত শুকুৰবাৰে পাকিস্তানী সেনাৰ গুলীচালনাত আহত হয় এজন সাধাৰণ লোক ।

ভাৰতীয় সেনা বিষয়াই প্ৰকাশ কৰা তথ্য অনুসৰি বৃহস্পতিবাৰে সন্ধিয়াৰ পৰা নিশা পৰ্যন্ত পাক সেনাই জম্মু-কাশ্মীৰৰ উৰিৰ বাৰামুল্লা জিলাৰ অন্তৰ্গত কামালকট এলেকাত থকা ভাৰতীয় সেনাৰ চকীৰ লগতে গাঁওসমূহলৈ লক্ষ্য কৰি গুলীচালনা কৰে ।

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.