ETV Bharat / bharat

পিভি নৰসিমহ ৰাও সন্দৰ্ভত আছাদুদ্দিন ৱেইছীৰ মন্তব্যক গৰিহণা কংগ্ৰেছ নেতা শশিদ্বীপ ৰেড্ডীৰ - আছাউদ্দিন ওৱাছী

প্ৰাক্তন প্ৰধানমন্ত্ৰী পিভি নৰসিমহ ৰাও সন্দৰ্ভত এআইএমআইএম নেতা আছাদুদ্দিন ৱেইছীয়ে কৰা বিতৰ্কিত মন্তব্য সন্দৰ্ভত গৰিহণা দিয়ে কংগ্ৰেছৰ নেতা মেৰী শশিদ্বীপ ৰেড্ডীয়ে । লগতে আছাউদ্দিন ওৱাছী নিজৰ মন্তব্য ৰাখিবলৈ স্বাধীন বুলিও মত ব্যক্ত কৰে শশিদ্বীপ ৰেড্ডীয়ে ।

পিভি নৰহিমসা ৰাও
পিভি নৰহিমসা ৰাও সন্দৰ্ভত আছাউদ্দিন অৱাছীয়ে কৰা মন্তব্যক তীব্ৰ গৰিহণা কংগ্ৰেছ নেতা শশিদ্বীপ ৰেড্ডীৰ
author img

By

Published : Jun 30, 2020, 11:18 AM IST

নিউজ ডেস্ক, ৩০ জুনঃ "প্ৰাক্তন প্ৰধানমন্ত্ৰী পিভি নৰসিমহ ৰাও কোনো ধৰণৰ আৰ্থিক বা সামাজিক উদৰাতাবাদী নাছিল । তেখেতে ছদ্মবেশী ভাৰতীয় ৰাজনীতিৰ সকলতকৈ বেয়াকৈ কংগ্ৰেছক প্ৰতিনিধিত্ব কৰিছিল । প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকী বিষয়ে এনেদৰে মন্তব্য কৰে এআইএমআইএম নেতা আছাদুদ্দিন ওৱেইছীয়ে । আছাদুদ্দিন ওৱেইছীৰ এই বিতৰ্কিত মন্তব্যক তীব্ৰ গৰিহণা দিয়াৰ উপৰিও ওৱেইছীৰ এয়া সম্পূৰ্ণ নিজাববীয়া মন্তব্য আছিল বুলি সোমবাৰে মত প্ৰকাশ কৰে কংগ্ৰেছ নেতা মেৰী শশিদ্বীপ ৰেড্ডীয়ে ।

  • No matter what awards are given history will always remember #PVNarasimhaRao as the sitting PM who not only allowed demolition of #BabriMasjid but also construction of a makeshift temple at the site. Scholar AG Noorani rightly quoted Rao as the "first BJP Prime Minister of India" pic.twitter.com/sUxSKmFxp6

    — AIMIM (@aimim_national) June 28, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

কংগ্ৰেছ নেতা মেৰী শশিদ্বীপ ৰেড্ডী টুইটযোগে কয় যে, মই ওৱেইছীৰ টুইট প্ৰত্যক্ষ কৰিছো । তেখেতে কয় যে পি ভি নৰসিমহ ৰাও কোনো ধৰণৰ আৰ্থিক বা সামাজিক উদৰাতাবাদী নাছিল । তেখেতে নিজৰ মন্তব্য ৰাখিবলৈ সম্পূৰ্ণৰূপে স্বাধীন । কিন্তু এটা কথা আছে যিটো সকলোৱে স্বীকাৰ কৰে তেও আৰ্থিক অৰ্থনৈতিক সংস্কাৰ আৰম্ভ কৰিছিল । তেওঁ প্ৰধানমন্ত্ৰী থকা অৱস্থাত এই কাৰ্য প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ দ্বাৰাই কৰিছিল । যেতিয়া প্ৰাক্তন প্ৰধানমন্ত্ৰী মনহোহন সিঙ পি ভি নৰসিমহ ৰাওৰ মন্ত্ৰীমণ্ডলত অন্তৰ্ভুক্ত হ'বলৈ নিমন্ত্ৰণ কৰা হৈছিল তেতিয়া তেখেতক কোৱা হৈছিল তেখেতে চৰকাৰৰ পৰা সম্পূৰ্ণ সমৰ্থন লাভ কৰিব ।"

পিভি নৰহিমসা ৰাও সন্দৰ্ভত আছাউদ্দিন অৱাছীয়ে কৰা মন্তব্যক তীব্ৰ গৰিহণা কংগ্ৰেছ নেতা শশিদ্বীপ ৰেড্ডীৰ

আনহাতে, বিজেপিক আক্ৰমণ কৰি শশিদ্বীপ ৰেড্ডীয়ে সংবাদ মাধ্যমৰ আগত বাবৰী মছজিদৰ ধ্বংসৰ বাবে কোন দোষী বুলি সকলো জ্ঞাত বুলিও সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ।

লগতে চাওকঃ বানৰ বিভীষিকা : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা কাৰ্বি পাহাৰলৈ ঢাপলি বন্যজীৱৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.