নিউজ ডেস্ক, 5 মে': দেওবাৰে ধৰ্ষণৰ অভিযোগত এগৰাকী 21 বছৰীয়া যুৱকক মণিপুৰত গ্ৰেপ্তাৰ কৰা হয় ।
মণিপুৰৰ থাউবাল জিলাৰ এগৰাকী মহিলাৰ অভিযোগৰ ভিত্তিত যুৱক জনক মইদান্গপ'ক অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰা হয় ।
ত্ৰিপুৰাৰ যুৱকজন পেচাত এগৰাকী গাড়ী চালক । মহিলা গৰাকীৰ অভিযোগ অনুসৰি শনিবাৰে নিশা যুৱকজনে মহিলাগৰাকীক ধৰ্ষণ কৰিছিল ।
বৰ্তমান আৰক্ষীয়ে যুৱকজনক নিজৰ জিম্মাত ৰাখি তদন্ত কৰি আছে ।