ETV Bharat / bharat

নয়ডাৰ দুই ইউনিটক ২৫ লাখ টকা জৰিমণাৰ দাবী ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণৰ - ভূ-জল

এন.জি.টিৰ অধ্যক্ষ ন্যায়াধীশ আদৰ্শ কুমাৰ গোয়েলৰ নেতৃত্বাধীন বিচাৰপীঠে সদৰী কৰা মতে, নয়ডা গোল্ফ কোৰ্চ আৰু এডভাণ্ট নাভিচ বিজনেছ পাৰ্কে আপত্তিজনক প্ৰমাণপত্ৰ দাখিলৰ প্ৰয়োজন । এই দুই ইউনিটে ২৫ লাখ টকাৰ ক্ষতিপূৰণ দিব লাগিব, যিটো এমাহৰ ভিতৰত কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডৰ হাতলৈ যাব ।

নয়ডাৰ দুই ইউনিটক ২৫ লাখ টকা জৰিমণাৰ দাবী ৰাষ্ট্ৰীয় সেউজ অধিকৰণৰ

author img

By

Published : Jun 21, 2020, 5:08 PM IST

নেশ্যনেল ডেস্ক, ২১ জুন : ভূগৰ্ভত পানীৰ পৰিমাণ কমি যোৱাৰ ফলত খোৱা পানীৰ লগতে জৈৱিক পৰিৱেশৰ প্ৰতি ভাবুকি অহাৰ আশংকা প্ৰকাশ কৰিছে ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণ (National Green Tribunal)এ । এনজিটিয়ে জনোৱা মতে, দিল্লীৰ নয়ডাত পানীৰ অনাধিকৰণৰ বাবে দুই ইউনিটs ২৫ লাখ টকাৰ জৰিমণা ভৰিবলগীয়া হয় ।

এন.জি.টিৰ অধ্যক্ষ ন্যায়াধীশ আদৰ্শ কুমাৰ গোয়েলৰ নেতৃত্বাধীন বিচাৰপীঠে সদৰী কৰা মতে, নয়ডা গোল্ফ কোৰ্চ আৰু এডভাণ্ট নাভিচ বিজনেছ পাৰ্কে আপত্তিজনক প্ৰমাণপত্ৰ দাখিলৰ প্ৰয়োজন । এই দুই ইউনিটে ২৫ লাখ টকাৰ ক্ষতিপূৰণ দিব লাগিব, যিটো এমাহৰ ভিতৰত কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডৰ হাতলৈ যাব ।

গ্ৰীণ পেনেল, চি.পি.চি.বি (CPCB) আৰু উত্তৰ প্ৰদেশ প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডৰ এক সমিতিৰ দ্বাৰা দাখিল কৰা প্ৰতিবেদনত উল্লেখ আছে যে, মানুহে অবৈধভাৱে ভূগৰ্ভৰ পানী ব্যৱহাৰ কৰি আছে আৰু নিজ নিজ ব্যৱসায়ৰ বাবে ভূ-জলৰ দুৰ্পোয়োগ কৰা হৈছে ।

নয়ডাৰ দুই ইউনিটক ২৫ লাখ টকা জৰিমণাৰ দাবী ৰাষ্ট্ৰীয় সেউজ অধিকৰণৰ
নয়ডাৰ দুই ইউনিটক ২৫ লাখ টকা জৰিমণাৰ দাবী ৰাষ্ট্ৰীয় সেউজ অধিকৰণৰ

ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণে পূৰ্বৰ নিৰ্দেশনাত উল্লেখ কৰিছিল যে, ভূ-জল ক্ৰিকেট ষ্টেডিয়ামৰ বাবে প্ৰয়োগ কৰা উচিত নহয় । কিয়নো ইয়াত অতিৰিক্ত পানী শোষিত হয় । মানুহে বৰষুণৰ পানী সঞ্চয়ৰ ওপৰতো গুৰুত্ব প্ৰদান কৰিব লাগে । ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডে ভূ-জলৰ অবৈধ ক্ষতিপূৰণৰ পুনৰুদ্ধাৰ কৰাত ব্যৰ্থ হৈছে । বিগত তিনি বছৰ ধৰি ভূ-জলৰ অধিক প্ৰয়োগৰ সীমাৰেখা অংকণ কৰিবলৈ জল অডিটৰ সদায় লব পৰা যাব ।

পৰিৱেশীয় বিজ্ঞানী বিক্ৰান্ত তোংগড়ৰ দ্বাৰা গৌতম বুদ্ধ নগৰৰ ৪৩ নং চেক্টৰত নয়ডা গোল্ফ কোৰ্চে বিনা অনুমতিত ভূৃ-জল ব্যৱহাৰৰ অভিযোগ উত্থাপন হৈছিল । প্ৰমাণপত্ৰ অবিহনে গোল্ফ কোৰ্চে অবৈধভাৱে পানী ব্যৱহাৰৰ কৰাৰ অভিযোগৰ বিচাৰ কৰিবলৈ দাবী জনোৱা হয় ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.