ETV Bharat / bharat

ফাড়নাৱিছে সংখ্যগৰিষ্ঠতা প্ৰমাণ কৰিব নোৱাৰে: শাৰদ পাৱাৰ - শিৱ সেনা

NCP ৰ প্ৰমুখ শাৰদ পাৱাৰ আৰু শিৱ সেনা প্ৰধান উদ্ধৱ থাকৰে সম্বোধন কৰিছে যুটীয়া সংবাদ মেলৰ ৷ সংবাদমেলত NCP মুখ্য শাৰদ পাৱাৰৰ মন্তব্য ৷ কংগ্ৰেছ, NCP আৰু শিৱ সেনাৰ হাতত চৰকাৰ গঠনৰ বাবে বৰ্তমানেও প্ৰয়োজনীয় সংখ্যক বিধায়ক আছে ৷ ইয়াৰোপৰি বহু সংখ্যক নিৰ্দলীয় বিধায়কৰ সমৰ্থনো আমাৰ লগত আছে ৷ ইয়াৰ সৰ্বমুঠ সংখ্যা প্ৰায় 170 হ'ব বুলি মন্তব্য জ্যেষ্ঠ নেতা গৰাকীৰ ৷

ফাড়নাৱিছে সংখ্যগৰিষ্ঠতা প্ৰমাণ কৰিব নোৱাৰে: শাৰদ পাৱাৰ
author img

By

Published : Nov 23, 2019, 3:15 PM IST

নেশ্যনেল ডেস্ক, 23 নৱেম্বৰ: দেবেন্দ্ৰ ফাড়নাৱিছ আৰু অজিত পাৱাৰে চৰকাৰ গঠন কৰাৰ পাছতেই ক্ৰমে জটিল হৈ পৰিছে মহাৰাষ্ট্ৰৰ ৰাজনৈতিক সমীকৰণ ৷ NCP ৰ প্ৰমুখ শাৰদ পাৱাৰ আৰু শিৱসেনা প্ৰধান উদ্ধৱ থাকৰে সম্বোধন কৰিছে যুটীয়া সংবাদ মেলৰ ৷ সংবাদমেলত NCP মুখ্য শাৰদ পাৱাৰৰ মন্তব্য, "কংগ্ৰেছ, NCP আৰু শিৱ সেনাৰ হাতত চৰকাৰ গঠনৰ বাবে বৰ্তমানেও প্ৰয়োজনীয় সংখ্যক বিধায়ক আছে ৷ ইয়াৰোপৰি বহু সংখ্যক নিৰ্দলীয় বিধায়কৰ সমৰ্থনো আমাৰ লগত আছে ৷ ইয়াৰ সৰ্বমুঠ সংখ্যা প্ৰায় 170 হ'ব" বুলি মন্তব্য জ্যেষ্ঠ নেতা গৰাকীৰ ৷

বিজেপিৰ লগত মিলিত হৈ চৰকাৰ গঠন কৰা সন্দৰ্ভত NCP ৰ প্ৰমুখ শাৰদ পাৱাৰে দলীয় অনুশাসন ভংগ কৰাৰ বাবে তেওঁক দলৰ পৰা বহিষ্কাৰ কৰা হৈছে ৷ তেওঁ লগতে কয় যে, কোনো এনচিপি কৰ্মীয়ে বিজেপি-এনচিপি চৰকাৰখনৰ পক্ষত নাই ৷ ইয়াৰ লগতে তেওঁ জানিবলৈ দিয়ে যে, আজি বিয়লি 4 বজাত নিৰ্বাচন কৰা হ'ব NCP ৰ বিধায়িনী দলৰ দলপতি ৷ আজিত পাৱাৰে বিজেপিৰ লগত মহাৰাষ্ট্ৰত চৰকাৰ গঠন কৰাৰ পাছতে এই ঘোষণা NCP মুখ্য শাৰদ পাৱাৰৰ ৷ শাৰদ পাৱাৰে লগতে কয় যে, শপত গ্ৰহনৰ সময়ত ৰাজ ভৱনত 10-11 জন বিধায়ক আছিল আৰু সেই সকলৰ ভিতৰত 3 জন আকৌ উভতি আহিছে ৷

NCP-Shiv Sena Pressmeet at Mumbai
ফাড়নাৱিছে সংখ্যগৰিষ্ঠতা প্ৰমাণ কৰিব নোৱাৰে: শাৰদ পাৱাৰ

NCP ৰ দুই বিধায়ক সন্দিপ ক্ষীৰসাগৰ আৰু সুনিল ভুচাৰায়ে কয় যে, তেওঁলোকৰ অজ্ঞাতে তেওঁলোকক শপত গ্ৰহন অনুষ্ঠানলৈ লৈ যোৱা হৈছিল ৷ ইয়াৰ লগতে শিৱ সেনা প্ৰমুখ উদ্ধৱ ঠাকৰেয়ে কয় যে শিৱসেনাৰ বিধায়কসকল বিচলিত নহয় ৷

  • Ajit Pawar's decision to support the BJP to form the Maharashtra Government is his personal decision and not that of the Nationalist Congress Party (NCP).
    We place on record that we do not support or endorse this decision of his.

    — Sharad Pawar (@PawarSpeaks) November 23, 2019 " class="align-text-top noRightClick twitterSection" data=" ">

Intro:Body:

Pawar

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.