ETV Bharat / bharat

মহাৰাষ্ট্ৰত বানত আৱদ্ধ লোকক উদ্ধাৰৰ বাবে নৌ সেনাৰ উদ্ধাৰ অভিযান - প্ৰৱল বৃষ্টিপাত

জানিব পৰা মতে উদ্ধাৰকাৰী দলটোৱে NDRF বাহিনী,অগ্নিনিৰ্বাপক বাহিনী,আৰু নেভেল দলৰ সহযোগত প্ৰায় সহস্ৰাধিক লোকক মিথি নৈৰ বাঢ়নি পানীৰ পৰা ৰক্ষা কৰিবলৈ কুৰলাৰ ক্ৰান্তিনগৰ অঞ্চলৰ পৰা নিৰাপদ স্থানলৈ স্থানান্তৰ কৰে ।

মহাৰাষ্ট্ৰত বানত আৱদ্ধ লোকক উদ্ধাৰৰ বাবে 'ইণ্ডিয়ান নেভি'ৰ উদ্ধাৰ অভিযান
author img

By

Published : Jul 2, 2019, 3:09 PM IST

Updated : Jul 2, 2019, 4:20 PM IST

নিউজ ডেস্ক, ২ জুলাই : বিগত কিছু দিন ধৰি মহাৰাষ্ট্ৰাত হৈ থকা প্ৰৱল বৃষ্টিপাতৰ ফলত মহাৰাষ্ট্ৰত বহু ঠাইত বানৰ সৃষ্টি হৈছে। সেয়ে ভাৰতীয় নৌ সেনাই মঙলবাৰে বানত আৱদ্ধ হৈ থকা লোক সকলক উদ্ধাৰ কৰিবৰ বাবে উদ্ধাৰাকাৰী দল নিয়োগ কৰে।
উদ্ধাৰাকাৰী দলটোৱে মহাৰাষ্ট্ৰাৰ কুৰলাত আৱদ্ধ হৈ থকা স্থানীয় লোক সকলক উদ্ধাৰ কৰে। জানিব পৰা মতে উদ্ধাৰকাৰী দলটোৱে NDRF বাহিনী,অগ্নিনিৰ্বাপক বাহিনী,আৰু নৌ সেনাৰ সহযোগত প্ৰায় সহস্ৰাধিক লোকক মিথি নৈৰ বাঢ়নি পানীৰ পৰা ৰক্ষা কৰিবলৈ কুৰলাৰ ক্ৰান্তিনগৰ অঞ্চলৰ পৰা নিৰাপদ স্থানলৈ স্থানান্তৰ কৰে। ইপিনে বতৰ বিজ্ঞান প্ৰতিষ্ঠানে মহাৰাষ্ট্ৰত হ'ব লগীয়া মূষলধাৰ বৰষুণৰ আগজাননী দিয়াৰ বাবে ৰাজ্য চৰকাৰে সোমবাৰে অৰ্থাৎ আজি ৰাজহুৱা বন্ধৰ দিন ঘোষণা কৰে। লগতে বতৰৰ পৰিস্থিতিলৈ চাই বাসিন্দা সকলক ঘৰৰ ভিতৰতে থকাৰ আহ্বান জনাই প্ৰশাসনে ।

Intro:Body:SLUG : ENKEFELITIES TERROR!

কৰিমগঞ্জ জিলাত মহামাৰী ৰূপত জাপানিচ এনকেফেলাইটিছ!

কৰিমগঞ্জৰ খাগাইল গাঁওত সাত দিনৰ ভিতৰত তিনিজন যুৱকৰ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ মৃত্যুৰ ঘঠনা মাৰ নাযাওতে বৰ্তমানে কৰিমগঞ্জৰ ৰাতাবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত নিভিয়া চেৰাগী এলেকাত আতংকৰ সৃষ্টি কৰিছে জাপানীজ এনকেফেলাইটিছে । এটা দিনতে এগৰাকী টেট শিক্ষক ৰ লগত মৃত্যু হৈছে এগৰাকী চাৰি বছৰীয়া শিশুৰ অজানা জ্বৰত । মৃত্যু হোৱা টেট শিক্ষকৰ নাম হৈছে মনোজ কৈৰী (38) । মনোজ কৈৰী পশ্চিম পাঠাখাউৰি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আছিলে । আৰু কেকড়াগুল চাহ বাগিছাৰ এগৰাকী চাৰি বছৰীয়া শিশুৰ জ্বৰত আক্ৰান্ত হৈ মৃত্যু হোৱা বুলি খবৰ পোৱা গৈছে । দোৱোৰে মৃত্যু হৈছে যোৱা শনিবাৰে । ইতিমধ্যে এলেকাৰ ঘৰে ঘৰে জ্বৰত আক্ৰান্ত হৈছে বহু লোক । কিন্তু স্বাস্থ্য বিভাগৰ ফালৰ পৰা এতিয়াও কোনো বিশেষ পদক্ষেপ হাতত লোৱা হোৱা নাই । Conclusion:
Last Updated : Jul 2, 2019, 4:20 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.