নেশ্যনেল ডেস্ক, 3 ফেব্ৰুৱাৰী : নিবনুৱা সমস্যাক লৈ সোমবাৰে মন্তব্য আগবঢ়াইছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ৷ বিজেপি চৰকাৰক সমালোচনা কৰি গান্ধীয়ে কয় যে, চৰকাৰখনে দেশৰ যুৱচামৰ বাবে চাকৰি সৃষ্টি কৰাত বেয়াকৈ বিফল হৈছে ৷
-
वित्त मंत्री जी,
— Rahul Gandhi (@RahulGandhi) February 3, 2020 " class="align-text-top noRightClick twitterSection" data="
मेरे सवालों से मत डरिए । मैं ये सवाल देश के युवाओं की ओर से पूछ रहा हूं, जिन्हें जवाब देना आपकी ज़िम्मेदारी है।
देश के युवाओं को रोज़गार की ज़रूरत है और आपकी सरकार उन्हें रोज़गार देने में बुरी तरह नाकाम साबित हुई है ।#JawabDoMantriJi pic.twitter.com/qe4ikhPV0j
">वित्त मंत्री जी,
— Rahul Gandhi (@RahulGandhi) February 3, 2020
मेरे सवालों से मत डरिए । मैं ये सवाल देश के युवाओं की ओर से पूछ रहा हूं, जिन्हें जवाब देना आपकी ज़िम्मेदारी है।
देश के युवाओं को रोज़गार की ज़रूरत है और आपकी सरकार उन्हें रोज़गार देने में बुरी तरह नाकाम साबित हुई है ।#JawabDoMantriJi pic.twitter.com/qe4ikhPV0jवित्त मंत्री जी,
— Rahul Gandhi (@RahulGandhi) February 3, 2020
मेरे सवालों से मत डरिए । मैं ये सवाल देश के युवाओं की ओर से पूछ रहा हूं, जिन्हें जवाब देना आपकी ज़िम्मेदारी है।
देश के युवाओं को रोज़गार की ज़रूरत है और आपकी सरकार उन्हें रोज़गार देने में बुरी तरह नाकाम साबित हुई है ।#JawabDoMantriJi pic.twitter.com/qe4ikhPV0j
ৰাহুল গান্ধীয়ে যুৱচামৰ হৈ উত্থাপন কৰা প্ৰশ্নক লৈ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ভয় কৰাৰ কোনো প্ৰয়োজন নাই বুলি মন্তব্য কৰে ৰাহুল গান্ধীয়ে ৷ হিন্দীত লিখা এক টুইটাৰৰ জৰিয়তে গান্ধীয়ে কয়, "বিত্তমন্ত্ৰী, মোৰ প্ৰশ্নলৈ ভয় কৰাৰ প্ৰয়োজন নাই ৷ দেশৰ যুৱচামৰ হৈ মই এই প্ৰশ্নসমূহ কৰিছো ৷ যুৱচামক উত্তৰ দিয়াটো আপোনাৰ দায়িত্ব ৷" কংগ্ৰেছ নেতাগৰাকীয়ে লগতে কয়, "দেশৰ যুৱচামে নিযুক্তি বিচাৰে আৰু আপোনাৰ চৰকাৰ এইক্ষেত্ৰত বেয়াকৈ বিফল হৈছে ৷"
আৰু পঢ়ক : বাজেটত প্ৰতিফলিত হৈছে নেকি প্ৰধানমন্ত্ৰী মোদীৰ ৰাজনৈতিক উদ্দেশ্য ?