নেশ্যনেল ডেস্ক, 11 ফেব্ৰুৱাৰীঃ ভোটগণনা প্ৰক্ৰিয়া চলি থকাৰ মাজতে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে অৰবিন্দ কেজৰিৱালক জনালে অভিনন্দন ৷ ৰাইজে বিজেপিক উৎখাত কৰিছে ৷ বিকাশক প্ৰশ্ৰয় দিছে দিল্লীৰ ৰাইজে ৷ CAA, NRC আৰু NPR অতি শীঘ্ৰেই বাতিল হ’ব লাগে বুলিও মন্তব্য প্ৰকাশ কৰে পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৷
-
West Bengal Chief Minister Mamata Banerjee on #DelhiElectionResults: I have congratulated Arvind Kejriwal. People have rejected BJP. Only development will work, CAA, NRC and NPR will be rejected pic.twitter.com/VgpX9TmoLs
— ANI (@ANI) February 11, 2020 " class="align-text-top noRightClick twitterSection" data="
">West Bengal Chief Minister Mamata Banerjee on #DelhiElectionResults: I have congratulated Arvind Kejriwal. People have rejected BJP. Only development will work, CAA, NRC and NPR will be rejected pic.twitter.com/VgpX9TmoLs
— ANI (@ANI) February 11, 2020West Bengal Chief Minister Mamata Banerjee on #DelhiElectionResults: I have congratulated Arvind Kejriwal. People have rejected BJP. Only development will work, CAA, NRC and NPR will be rejected pic.twitter.com/VgpX9TmoLs
— ANI (@ANI) February 11, 2020
উল্লেখ্য যে 8 ফেব্ৰুৱাৰীত সম্পন্ন হৈছিল দিল্লী নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়া ৷ আজি পুৱা 8 বজাৰ পৰা আৰম্ভ হৈছে ভোটগণনা প্ৰক্ৰিয়া ৷ মুঠ 70 খন আসনৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে আম আদমী পাৰ্টীকে ধৰি বিজেপি, কংগ্ৰেছ তথা আন আন দলে ৷ এতিয়ালৈকে 56 খন আসনত আগবাঢ়ি আছে আম আদমী পাৰ্টী ৷ দেশৰ সকলো সমীক্ষকৰ মতে এইবাৰো দিল্লী আম আদমী পাৰ্টীৰ দখললৈ যোৱাৰ সম্ভাৱনা ব্যক্ত কৰে ৷