ETV Bharat / bharat

লাইভ হ'ব মহাৰাষ্ট্ৰৰ আস্থা ভোট - জ্যেষ্ঠ অধিবক্তা দেৱদত্ত কামত

কংগ্ৰেছ-এনচিপি-শিৱ সেনাৰ জ্যেষ্ঠ অধিবক্তা দেৱদত্ত কামতে এই কথা সদৰী কৰে ৷

maharashtra
জ্যেষ্ঠ অধিবক্তা দেৱদত্ত কামত
author img

By

Published : Nov 26, 2019, 7:53 PM IST

নিউজ ডেস্ক , 26 নৱেম্বৰঃ মঙলবাৰে উচ্চতম ন্যায়ালৰ নিৰ্দেশমৰ্মে 27 নৱেম্বৰৰ বিয়লি 5টা বজাৰ পূৰ্বে মহাৰাষ্ট্ৰত আস্থা ভোট অনুষ্ঠিত কৰা হ'ব ৷ কংগ্ৰেছ-এনচিপি-শিৱ সেনাৰ জ্যেষ্ঠ অধিবক্তা দেৱদত্ত কামতে এই কথা সদৰী কৰে যে উচ্চতম ন্যায়ালয়ে 27 নৱেম্বৰত বিয়লি 5 বজাত আস্থা ভোট অনুষ্ঠিত কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছে ৷ প্ৰ'টেম অধ্যক্ষৰ দ্বাৰা এই পৰীক্ষাৰ পৰিচালনা কৰা হ'ব ৷ লগতে তেওঁ কয় যে আস্থা ভোট অব্যাহত থকাৰ সময়ত কোনো গোপন ভোটদান নাইবা বেলট পেপাৰ ব্যৱহাৰ কৰা নহ'ব আৰু এই কাৰ্যক্ৰম পোনপটীয়া কৈ সম্প্ৰচাৰ কৰা হ'ব ৷

লগতে চাওকঃ জনতা ভৱনৰ চৌহদত উদযাপন সংবিধান দিৱস

Mumbai, Nov 26 (ANI): The Supreme Court on Tuesday ordered that a floor test will be held in the Maharashtra Assembly before 5 pm on November 27. Senior Advocate Devadutt Kamat for Congress-NCP-Shiv Sena said, "SC has directed Floor Test tomorrow at 5pm, to be conducted by Pro-tem Speaker. During Floor Test, there will be no secret ballot and proceedings will be telecast live."
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.