ETV Bharat / bharat

দক্ষিণ ভাৰতৰ ছবি উদ্যোগৰ গীতিকাৰ পদ্মজা ৰাধাকৃষ্ণনৰ দেহৱসান

সোমবাৰে কেৰালাৰ তিৰুভনন্তপুৰমত দেহৱসান ঘটে মালায়ালাম ছবি উদ্যোগৰ জনপ্ৰিয় গীতিকাৰ তথা শিল্পী পদ্মজা ৰাধাকৃষ্ণননৰ । হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ তিৰুভনন্তপুৰমৰ এখন ব্যক্তিগত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে শিল্পী গাৰীকয়ে ।

পদ্মজা ৰাধাকৃষ্ণ
দক্ষিণ ভাৰতৰ ছবি উদ্যোগৰ গীতিকাৰ পদ্মজা ৰাধাকৃষ্ণনৰ দেহৱসান
author img

By

Published : Jun 15, 2020, 1:14 PM IST

নিউজ ডেস্ক, ১৫ জুনঃ দক্ষিণ ভাৰতৰ মালায়ালাম ছবি উদ্যোগৰ জনপ্ৰিয় গীতিকাৰ তথা শিল্পী পদ্মজা ৰাধাকৃষ্ণনৰ দেহৱসান । সোমবাৰে কেৰালাৰ তিৰুভনন্তপুৰমত পৰলোকপ্ৰাপ্তি ঘটে ৬৮ বছৰীয়া শিল্পী গৰাকীৰ । হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ তিৰুভনন্তপুৰমৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা অৱস্থাতে মৃত্যু হয় পদ্মজা ৰাধাকৃষ্ণনৰ ।

পদ্মজা ৰাধাকৃষ্ণ
দক্ষিণ ভাৰতৰ ছবি উদ্যোগৰ গীতিকাৰ পদ্মজা ৰাধাকৃষ্ণনৰ দেহৱসান

পদ্মজা ৰাধাকৃষ্ণন একাৰাহে, গীতিকাৰ, চিত্ৰশিল্পী থকাৰ উপৰিও তিৰুভনন্তপুৰমৰ বিভিন্ন সাংস্কৃতিক অনুষ্ঠানত সক্ৰিয় ৰূপত প্ৰত্যক্ষ কৰিবলৈ পোৱা গৈছিল শিল্পী গৰাকীক ।

শিল্পী গৰাকীয়ে মালায়ম ছবি মিষ্টাৰ বীনত গীতিকাৰ ৰূপত থকাৰ উপৰিও তেখেতৰ স্বামী এমজি ৰাধাকৃষ্ণনৰ সৈতে কণ্ঠদান কৰা পৰিলক্ষিত হয় ছবিখনত ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.