ETV Bharat / bharat

আহাৰ পূৰ্ণিমা উপলক্ষে দেশবাসীক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ - বুদ্ধ

আজি সমগ্ৰ বিশ্বই অসাধাৰণ প্ৰত্যাহ্বানৰ লগত যুঁজত অৱৰ্তীৰ্ণ হৈছে ৷ এই প্ৰত্যাহ্বানৰ স্থায়ী সমাধান ভগবান বুদ্ধৰ দৰ্শনৰ মাজত পাব পাৰো ৷

Lord Buddha's ideals have lasting solutions to challenges world faces today: PM Modi
আহাৰ পূৰ্ণিমা উপলক্ষে দেশবাসীক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ
author img

By

Published : Jul 4, 2020, 1:19 PM IST

নতুন দিল্লী, 4 জুলাই : আহাৰ পূৰ্ণিমা উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শনিবাৰে সমগ্ৰ দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰে ৷ প্ৰধানমন্ত্ৰীয়ে কয় যে,আজি আমাৰ গুৰুসকলক স্মৰণ কৰা দিন,যিয়েই আমাক জ্ঞান দিছিল ৷ এই ভাৱনাৰে আজি আমি ভগৱান বুদ্ধক শ্ৰদ্ধাঞ্জলি জনাইছো ৷ ভগবান বুদ্ধৰ আঠটা দৰ্শনৰ পথে বিশ্বৰ কেইবাখনো ৰাষ্ট্ৰক উন্নতিৰ দিশত আগুৱাই নিছে ৷

Lord Buddha's ideals have lasting solutions to challenges world faces today: PM Modi
আহাৰ পূৰ্ণিমা উপলক্ষে দেশবাসীক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ

প্ৰধানমন্ত্ৰী লগতে কয় যে,আজি সমগ্ৰ বিশ্বই অসাধাৰণ প্ৰত্যাহ্বানৰ লগত যুঁজত অৱৰ্তীৰ্ণ হৈছে ৷ এই প্ৰত্যাহ্বানৰ স্থায়ী সমাধান ভগৱান বুদ্ধৰ দৰ্শনৰ মাজত পাব পাৰো ৷ তেওঁ অতীতত প্ৰাসংগিক আছিল ৷ তেওঁ বৰ্তমানতো প্ৰাসংগিক আৰু ভৱিষ্যততো তেওঁ প্ৰাসংগিক থাকিব ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে লগতে কয় যে, এই সময়ে কৰুণা আৰু দয়াৰ মহত্ত্ব প্ৰকাশিত কৰে ৷ ভগৱান বুদ্ধৰ চিন্তা আৰু কৰ্ম দুয়োটাই সৰলতাক বুজায় ৷

লগতে পঢ়ক : ধৰ্ম চক্ৰ দিৱসঃ দেশবাসীক ভিডিঅ' কনফাৰেঞ্চযোগে সম্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.