ETV Bharat / bharat

চাইকেল ৰেচলিংৰ জৰিয়তে বিশ্ব অভিলেখৰ চেষ্টা প্ৰাক্তন খেলুৱৈৰ পুত্ৰৰ - বাস্কেট বল খেলুৱৈ

কেৰেলাৰ প্ৰাক্তন বাস্কেট বল খেলুৱৈৰ পুত্ৰ পেজানে চাইকেল ৰেচলিং খেলৰ জৰিয়তে প্ৰতিষ্ঠা লাভ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে । কেৰেলাৰ কোল্লামৰ নিবাসী খেলুৱৈ গৰাকীয়ে তিনিজন বন্ধুৰ সৈতে চাইকেল ৰেচলিংৰ অনুশীলন কৰি থকা পৰিলক্ষিত হৈছে ।

kerala-stunt-boy-aims-to-bunny-hop-into-record-books

author img

By

Published : Jul 10, 2020, 2:01 AM IST

নিউজ ডেস্ক, ৯ জুলাই : কেৰেলাৰ প্ৰাক্তন বাস্কেট বল খেলুৱৈৰ পুত্ৰ পেজানে চাইকেল ৰেচলিং খেলৰ জৰিয়তে প্ৰতিষ্ঠা লাভ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে । কেৰেলাৰ কোল্লামৰ নিবাসী খেলুৱৈ গৰাকীয়ে তিনিজন বন্ধুৰ সৈতে চাইকেল ৰেচলিংৰ অনুশীলন কৰি থকা পৰিলক্ষিত হৈছে ।

উল্লেখ্য যে, ইঞ্জিনীয়াৰিঙৰ ছাত্ৰজন সৰুৰে পৰাই ৰেচলিংৰ প্ৰতি আকৰ্ষিত আছিল । পৰৱৰ্তী সময়ত যেতিয়া লণ্ডনত কলেজীয়া শিক্ষা লাভ কৰিব গৈছিল তেতিয়া ই বাস্তৱত ৰূপায়িত হোৱা বুলি উল্লেখ কৰে ।

ইটিভি ভাৰতক তেওঁ জনোৱা অনুসৰি, লণ্ডনত sports arenas are a free platform নামৰ এখন সুকীয়া মঞ্চ আছে যাৰ জৰিয়তে ইয়াৰ বিকাশ ঘটাবলৈ সুবিধা হয় ।

জানিব পৰা মতে, খেলুৱৈ গৰাকীয়ে এই খেলৰ জৰিয়তে যুৱ প্ৰজন্মই বিকাশ সাধন কৰাৰ বাবে এখন একাডেমী খোলাৰ ব্যৱস্থা কৰে য'ত সকলোৱে শিকিব পাৰিব বুলি উল্লেখ কৰে । শেহতীয়াভাবে খেলুৱৈ গৰাকীয়ে বিশ্ব ৰেকৰ্ডত নাম অন্তৰ্ভুক্ত কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে ।

লগতে পঢ়ক : বন্ধ মধ্যাহ্ন ভোজন, হাতত ভিক্ষাৰ পাত্ৰ শিক্ষাৰ্থীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.