ETV Bharat / bharat

COVID-19: ভাৰতৰ শেহতীয়া তথ্য়

author img

By

Published : Dec 17, 2020, 4:19 PM IST

ভাৰতত বৰ্তমানলৈ কৰ'ণাত আক্ৰান্ত লোকৰ সংখ্যা হৈছেগৈ 99,56,557 গৰাকী ৷ বৰ্তমানলৈ মুঠ 15,78,05,240 গৰাকী লোকৰ নমুনাৰ পৰীক্ষাণ সম্পন্ন হৈছে ৷

COVID-19: ভাৰতৰ শেহতীয়া তথ্য়
COVID-19: ভাৰতৰ শেহতীয়া তথ্য়

নেশ্যনেল ডেস্ক, 17 ডিচেম্বৰ: ভাৰতত COVID-19 আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পালে 99.56 লক্ষাধিকলৈ ৷ বিগত ঘণ্টাত দেশত 24,010 গৰাকী লোক নতুনকৈ কৰ'ণা মহামাৰীত আক্ৰান্ত হৈছে ৷

COVID-19: ভাৰতৰ শেহতীয়া তথ্য়
COVID-19: ভাৰতৰ শেহতীয়া তথ্য়

ভাৰতত বৰ্তমানলৈ কৰ'ণাত আক্ৰান্ত লোকৰ সংখ্যা হৈছেগৈ 99,56,557 গৰাকী ৷ ইয়াৰ বিপৰীতে কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে 1,44,451 গৰাকীলৈ ৷ বিগত 24 ঘণ্টাত দেশজুৰি 355 গৰাকী লোকে মৃত্যুক সাৱটি লৈছে ৷

ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে উল্লেখ কৰা অনুসৰি, সমগ্ৰ দেশতে বৰ্তমানলৈ মুঠ 15,78,05,240 গৰাকী লোকৰ নমুনা পৰীক্ষণ কৰা হৈছে ৷ 16 ডিচেম্বৰৰ দিনটোতে দেশত 11,58,960 টা নমুনাৰ পৰীক্ষণ সম্পন্ন হৈছে ৷

লগতে পঢ়ক: পুনৰ সিংঘু সীমান্তত কৃষকৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.