ETV Bharat / bharat

মই চলচিত্ৰত প্ৰাইম ৰাণ সীমিত কৰাৰ বিষয়ে জ্ঞাত: তাপসী পন্নু

বলীউডৰ ফিল্ম ইণ্ডাষ্ট্ৰীৰ ভিতৰত অন্যতম ব্যস্ত অভিনেত্ৰী হিচাপে চৰ্চিত তাপসী পন্নুৱে এগৰাকী মহিলা অভিনেত্ৰী হিচাপে পুৰুষ অভিনেতাসকলৰ সৈতে সমহাৰত পাৰিশ্ৰমিক লাভ নকৰা প্ৰসংগত মুখ খুলিছে ৷

author img

By

Published : Jan 9, 2021, 2:29 PM IST

I am aware I have limited prime run in films Taapsee Pannu
তাপসী পন্নু

হায়দৰাবাদ,9 জানুৱাৰী: অভিনেত্ৰী তাপসী পন্নুৱে লাহে লাহে হ’লেও বলীউডত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে ৷ লক ডাউন প্ৰত্যাহাৰ কৰাৰ পিছত ইণ্ডাষ্ট্ৰীৰ ন ন অভিনেতাসকলৰ ওচৰত নতুন কামৰ বাবে বিভিন্ন পৰিকল্পনা মজুত থকা বুলি ব্যক্ত কৰিছে পন্নুৱে ৷ অভিনেত্ৰীগৰাকীয়ে অভিযোগ উত্থাপন কৰা অনুসৰি পুৰুষ সহকৰ্মীৰ সমানে পাৰিশ্ৰামিক লাভ নকৰে পন্নুৱে ৷ মই এইটোও জানো যে "মোৰ ওচৰত সীমিত সংখ্যক কাম আছে ৷ মই বহি থকাতো পচন্দ নকৰো" বুলি অভিনেত্ৰীগৰাকীয়ে আক্ষেপেৰে কয় ৷

পন্নুৱে শীঘ্ৰে ৰশ্মি ৰকেট নামৰ চলচিত্ৰখনৰ শ্বুটিং সমাপ্ত কৰিবলৈ গুজৰাটলৈ ৰাওনা হ’ব ৷ কচ্ছৰ উপকূলত এগৰাকী দৌৰবিদৰ ভূমিকাত অভিনয় কৰিব ৰশ্মিয়ে ৷ যিয়ে নিজৰ পৰিচয় দাঙি ধৰিবলৈ বহু কষ্ট আৰু সংগ্ৰাম কৰিবলগীয়া হয় আৰু পিছলৈ এগৰাকী এথলীট ৰূপে স্বীকৃতি লাভ কৰে ৷ অভিনেত্ৰীগৰাকী লুপ লপেটা আৰু হসীন দিলৰুবাতো অভিনয় কৰিব ৷

লগতে চাওকঃ COVID-19: ভাৰতত 1,04,31,639 লৈ বৃদ্ধি আক্ৰান্তৰ সংখ্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.