ETV Bharat / bharat

হাওৰা-নতুন দিল্লী ৰাজধানী এক্সপ্ৰেছৰ ৫০ বছৰ

ভাৰতীয় ৰেল ৰে'ল সেৱাৰ হাওৰা-নতুন দিল্লী ৰাজধানী এক্সপ্ৰেছৰ সোণালী জয়ন্তী । এই উপলক্ষে সোমবাৰে যাত্ৰীসকলক বিশেষভাৱে আপ্যায়ণ কৰে ৰেলখনৰ কৰ্মচাৰীসকলে ।

হাওৰা-নতুন দিল্লী ৰাজধানী এক্সপ্ৰেছ
author img

By

Published : Mar 4, 2019, 2:14 PM IST

নিউজ ডেস্ক, ৪ মাৰ্চ: ভাৰতীয় ৰেল ৰেল সেৱাৰ হাওৰা-নতুন দিল্লী ৰাজধানী এক্সপ্ৰেচৰ সোণালী জয়ন্তী । এই উপলক্ষে যাত্ৰীসকলক বিশেষ ভাৱে আপ্পায়ণ কৰে ৰেলখনৰ কৰ্মচাৰীসকলে ।

১৯৬৯ চনত আৰাম্ভ কৰা হৈছিল হাওৰা-নতুন দিল্লী ৰাজধানী এক্সপ্ৰেচৰ সেৱা । সোণালী জয়ন্তী উপলক্ষে ৰেলখনৰ কৰ্মচাৰীসকলে যাত্ৰীসকলক ফুল আৰু গ্ৰীটিংচ কাৰ্ড দি যাত্ৰীসকলক আদৰণি জনাই ।

জয়ন্তী উপলক্ষে এটা ষ্টাম্প মুকলি কৰে পূৱ ৰেলৱেৰ কৰ্তিপক্ষয়ে ।

Howrah-New delhi rajdhani Express turns 50, passengers get special treatment

৫০ বছৰ সম্পূণ হাওৰা-নতুন দিল্লী ৰাজধানী এক্সপ্ৰেচৰ

নিউজ ডেস্ক, ৪ মাৰ্চ: ভাৰতীয় ৰেল ৰেল সেৱাৰ হাওৰা-নতুন দিল্লী ৰাজধানী এক্সপ্ৰেচৰ সোণালী জয়ন্তী । এই উপলক্ষে যাত্ৰীসকলক বিশেষ ভাৱে আপ্পায়ণ কৰে ৰেলখনৰ কৰ্মচাৰীসকলে ।

১৯৬৯ চনত আৰাম্ভ কৰা হৈছিল হাওৰা-নতুন দিল্লী ৰাজধানী এক্সপ্ৰেচৰ সেৱা । সোণালী জয়ন্তী উপলক্ষে ৰেলখনৰ কৰ্মচাৰীসকলে যাত্ৰীসকলক ফুল আৰু গ্ৰীটিংচ কাৰ্ড দি যাত্ৰীসকলক আদৰণি জনাই ।

জয়ন্তী উপলক্ষে এটা ষ্টাম্প মুকলি কৰে পূৱ ৰেলৱেৰ কৰ্তিপক্ষয়ে ।
cats.jpg
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.