ETV Bharat / bharat

দেশত নিষিদ্ধ PUBG সহ 118 টা চীনা এপ্

author img

By

Published : Sep 2, 2020, 7:21 PM IST

কেন্দ্ৰীয় তথা ভাৰত চৰকাৰৰ বৃহৎ সিদ্ধান্ত ৷ পুনৰ চীনৰ বিৰুদ্ধে ডিজিটেল ষ্ট্ৰাইক ভাৰত চৰকাৰৰ ৷

Government blocks 118 mobile apps
Government blocks 118 mobile apps

নিউজ ডেস্ক, 2 ছেপ্তেম্বৰ: পুনৰ দেশত নিষিদ্ধ হ’ল 118 টাকৈ চীনা এপ্ ৷ যুৱ-প্ৰজন্মৰ মাজত যথেষ্ট প্ৰিয় PUBG ৰ ওপৰতো নিষেধাজ্ঞা কেন্দ্ৰীয় চৰকাৰৰ ৷ দেশৰ সুৰক্ষা, সাৰ্বভৌমত্ব, ঐক্যতাৰ স্বাৰ্থত এই সিদ্ধান্ত চৰকাৰৰ ৷

দেশত নিষিদ্ধ PUBG সহ 118 টা চীনা এপ্
দেশত নিষিদ্ধ PUBG সহ 118 টা চীনা এপ্

নিষিদ্ধ ঘোষিত এপ্ সমূহৰ তালিকা-

Government blocks 118 mobile apps
প্ৰথম তালিকা
Government blocks 118 mobile apps
দ্বিতীয় তালিকা
Government blocks 118 mobile apps
তৃতীয় তালিকা

লগতে চাওক-PUB G ৰ মাধমাৰ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.