ETV Bharat / bharat

তেলেংগানাত বন বিভাগৰ ওপৰত আক্ৰমণ, এজন আহত - farmers

তেলেংগানাৰ কুমৰাম ভীম জিলাৰ চৰচালা গাঁৱত স্থানীয় ৰাইজ আৰু বন বিভাগৰ মাজত সংঘৰ্ষ ৷ এই সংঘৰ্ষত বন বিভাগৰ শীৰ্ষ বিষয়া অনিতা আঘাতপ্ৰাপ্ত হয় ৷

তেলেংগানাত বন বিভাগৰ ওপৰত আক্ৰমণ, এজন আহত
author img

By

Published : Jun 30, 2019, 2:27 PM IST

নিউজডেস্ক,30জুনঃ তেলেংগানাৰ কুমৰাম ভীম জিলাৰ চৰচালা গাঁৱত অঘটন ৷ দেওবাৰে চৰচালা গাঁৱখনৰ স্থানীয় লোকে আক্ৰমণ কৰে বন বিভাগৰ লোকক ৷ ঘটনাটোত বন বিষয়া অনিতা আঘাতপ্ৰাপ্ত হয় ৷ উল্লেখ্য যে বন বিভাগৰ উদ্যোগত অঞ্চলটোৰ বনাঞ্চলত 'হৰিথাহাৰাম' নামৰ এক প্ৰকল্পৰ অধীনত গছপুলি ৰূপন কাৰ্যসূচী পালন কৰে ৷ এই অনুষ্ঠানৰ মাজতে কৃষক সকল হঠাৎ ক্ষোভিত হৈ পৰে ৷ যাৰ বাবে ৰাইজ অনুষ্ঠানৰ মাজতেই ঘটনাস্থলীত বন বিভাগৰ লোকক আক্ৰমণৰ লক্ষ্য কৰি লয় ৷ এই আক্ৰমণৰ চিৰপুৰৰ বিধায়কৰ ভ্ৰাতৃ কনেৰু কৃষ্ণৰাওৰ নেতৃত্ব দিছিল৷

Intro:Body:

forest department staff were attacked in an incideant that happened sarsala village, kumram bheem district,telangana.forest range offier anitha was injured and the victims were rushed to the kagaznagar private hospital.forest department officers  lead by FRO anitha went for ploughing forests lands as a part of  "HARITHAHARAM" programme.this local farmers were annoyed. and conflict between the officers and farmers started.farmers group was lead by koneru krishnarao,brother of sirpur mla. 

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.