ETV Bharat / bharat

কৃষ্ণাপ্পা গৌথমৰ সৈতে ইটিভি ভাৰতৰ আছুতীয়া সাক্ষাৎকাৰ

author img

By

Published : Jun 19, 2020, 9:24 PM IST

কৰ্ণাটকৰ ৰঞ্জী ক্ৰিকেটাৰ কৃষ্ণাপ্পা গৌথম যিজন খেলুৱৈ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত ৰাজস্থান ৰয়েলছৰ হৈ খেল খেলিছিল উক্ত খেলুৱৈ গৰাকীয়ে বৰ্তমান Kings XI Punjab ৰ হৈ খেলাৰ সিদান্ত গ্ৰহণ কৰিছে । ৩১ বছৰীয়া খেলুৱৈ গৰাকীৰ খেলুৱৈ গৰাকীৰ সৈতে ইটিভি ভাৰতৰ এক আছুতীয়া সাক্ষাৎকাৰত খেলুৱৈ গৰাকীয়ে জনালে বিভিন্ন প্ৰশ্ন ।

exclusive-all-rounder-krishnappa-gowtham-in-conversation-with-etv-bharat

নিউজ ডেস্ক, ১৯ জুন : কৰ্ণাটকৰ ৰঞ্জী ক্ৰিকেটাৰ কৃষ্ণাপ্পা গৌথম যিজন খেলুৱৈ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত ৰাজস্থান ৰয়েলছৰ হৈ খেল খেলিছিল উক্ত খেলুৱৈ গৰাকীয়ে বৰ্তমান Kings XI Punjab ৰ হৈ খেলাৰ সিদান্ত গ্ৰহণ কৰিছে । ৩১ বছৰীয়া খেলুৱৈ গৰাকীৰ খেলুৱৈ গৰাকীৰ সৈতে ইটিভি ভাৰতৰ এক আছুতীয়া সাক্ষাৎকাৰত খেলুৱৈ গৰাকীয়ে জনালে বিভিন্ন প্ৰশ্ন ।

exclusive-all-rounder-krishnappa-gowtham-in-conversation-with-etv-bharat
কৃষ্ণাপ্পা গৌথমৰ সৈতে ইটিভি ভাৰতৰ আছুতীয়া সাক্ষাৎকাৰ

সাক্ষাৎকাৰত খেলুৱৈ গৰাকীয়ে জনাই যে,লক ডাউনৰ সময়ত খেলুৱৈ গৰাকীয়ে নিজৰ ঘৰতে আছে । আৰু পৰিয়ালৰ সৈতে সময় অতিবাহিত কৰিছে । তাৰ উপৰিও খেলুৱৈ গৰাকীয়ে নিজৰ বন্ধু সকলে ভাইজি বুলি সম্বোধন কৰাৰ কথাও উল্লেখ কৰে । সাংবাদিকৰ সৈতে হোৱা কথোপকথনৰ কিয়দাংশ আগবঢ়োৱা হ'ল...

প্ৰশ্নঃ কৰ্ণাটক প্ৰিমিয়াৰ লীগ আৰু ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ মাজত পাৰ্থক্য কি?

উত্তৰঃ আইপিএলত বহু ধৰণৰ আন্তঃৰাষ্ট্ৰীয় খেলুৱৈৰ লগত খেলাৰ সুবিধা পোৱা যায় যাৰ জৰিয়তে বহুতো নজনা কথা শিকিব পাৰি । আনহাতে, কেপিএলত স্থানীয় খেলুৱৈ সকলৰ লগত খেলিব পাৰি । যাৰ জৰিয়তে স্থানীয় প্ৰতিভা সমূহৰ বিকাশ হয় । লগতে খেল সমূহত যুৱ খেলুৱৈ সকলক লগ পোৱা যায় যাৰ জৰিয়তে এজনে আনজনৰ লগত মনৰ অনুভৱ ব্যক্ত কৰিব পাৰি । 

প্ৰশ্নঃ Kings XI Punjab ৰ লগত খেলিবলৈ আপুনি কিমান আগ্ৰহী ?

উত্তৰঃ Kings XI Punjab দলটিত কৰ্ণাটকৰ চাৰিজন খেলুৱৈ আছে । গতিকে কৰ্ণাটকৰ দলটিৰ নিচিনাই অনুভৱ হ'ব । মই বহুত আগ্ৰহী । বিগত বহুত বছৰৰ পৰাই আমাৰ মাজৰ সম্পৰ্ক ভাল । আমি একেলগে বহু কেইখন খেল খেলিছো ।

প্ৰশ্নঃ আপোনাৰ মতে,সকলোতকৈ কঠিন ব'লাৰ আৰু বেটচমেন কোন ?

উত্তৰঃ সুনীল নাৰায়নে ভাল খেলে কিন্তু সৰ্বশেষ্ঠ খেলুৱৈ হিচাপে মই বিৰাট কোহলীক ভাবো ।

প্ৰশ্নঃ বন্ধ দুৱাৰৰ পিচত খেল খেলাৰ অনুভৱ কেনেকুৱা ?

উত্তৰঃ দৰ্শক অৱিহনে খেল খেলি ভাল নালাগে । কিন্তু ৰঞ্জী ট্ৰ'ফী যিহেতু খালী ষ্টেডিয়ামত খেলো গতিকে বৰ বিশেষ অসুবিধা নহ'ব । কিন্তু আই পি এল ৰ সময়ত দৰ্শক অৱিহনে খেল খেলি ভিল নালাগে ।

লগতে পঢ়ক : ভূমিস্খলনৰ বাবে বন্ধ "ভালুকপুং-বমদিলা"ৰ মাজত যাতায়ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.