ETV Bharat / bharat

জম্মু কাশ্মীৰত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ

author img

By

Published : Jun 11, 2020, 12:36 PM IST

নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত গুলীয়াগুলিৰ ঘটনা সংঘটিত হয় বুধগাম জিলাত ।

encounter-breaks-out-between-security-forces-and-militants-in-j-ks-budgam
সেনা আৰু সন্তাসবাদীৰ মাজত সংঘষ জম্মু কাশ্মীৰত

নিউজ ডেস্ক,‍ ১১ জুনঃ জম্মু-কাশ্মীৰৰ বুধগাম জিলাত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত বৃহস্পতিবাৰে পুৱতি নিশা সংঘৰ্ষৰ সৃষ্টি হোৱাৰ কথা আৰক্ষীয়ে জানিবলৈ দিয়ে।

encounter-breaks-out-between-security-forces-and-militants-in-j-ks-budgam
encounter-breaks-out-between-security-forces-and-militants-in-j-ks-budgam

বিশেষ সূত্রৰ পমখেদি ভাৰতীয় সেনাই বুধগাম জিলাৰ পাথানপৰা এলেকাৰ নিদিষ্ট স্থানত দুই সন্ত্ৰাসবাদীয়ে আত্মগোপন কৰি থকাৰ খবৰ লাভ কৰে । আৰক্ষী সূত্ৰই জানিবলৈ দিয়া অনুসৰি, সুৰক্ষা বাহিনীয়ে অভিযান চলোৱাৰ সময়তে সন্তাসবাদী কেইটাই গুলীয়াবলৈ আৰম্ভ কৰে । বৰ্তমানলৈকে সংঘষৰ সবিশেষ তথ্য আহিবলৈ বাকি আছে বুলি বিভাগীয় বিষয়াই জানিবলৈ দিয়ে ।

লগতে পঢকঃ 14 খন ৰাজ্যলৈ কেন্দ্ৰৰ 6,195 কোটিৰ অনুদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.