ETV Bharat / bharat

যোগী আৰু মায়াৱতীলৈ নিৰ্বাচনী আয়োগৰ নিষেধাজ্ঞা - BSP

নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰাৰ পৰা নিষেধাজ্ঞা জাৰি কৰা হৈছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ আৰু বিএচপি নেত্ৰী মায়াৱতীৰ বিৰুদ্ধে ৷

আদি যোগী আৰু মায়াৱতীলৈ নিৰ্বাচনী আয়োগৰ নিষেধাজ্ঞা
author img

By

Published : Apr 15, 2019, 9:53 PM IST

নতুন দিল্লী, 15 এপ্ৰিল: নিৰ্বাচনী সভাত দিয়া ভাষণ আপত্তিজনক হোৱাৰ বাবে নিৰ্বাচনী আয়েগে সোমবাৰে নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰাৰ পৰা নিষেধাজ্ঞা জাৰি কৰে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ আৰু বিএচপি নেত্ৰী মায়াৱতীৰ বিৰুদ্ধে ৷ এই নিষেধাজ্ঞা যোগী আদিত্যনাথৰ বাবে 72 ঘন্টা আৰু বিএচপি নেত্ৰী মায়াৱতীৰ বাবে 48 ঘন্টা বলবৎ হৈ থাকিব ৷ 16 এপ্ৰিলৰ পুৱা 6 বজাৰ পৰা কাৰ্যকৰি হ’ব এই নিষেধাজ্ঞা ৷

নিৰ্বাচনী আয়োগে 324 ধাৰা ভিত্তিত এই নিষেধাজ্ঞা জাৰি কৰে ৷ নিৰ্বাচনী আচৰণবিধি উলংঘা কৰাৰ বাবে দুয়োগৰাকী নেতাক নিৰ্বাচনী জনসভা, সমদল, শোভাযাত্ৰা, ৰোড শ্ব, কোনো ধৰণৰ সংবাদ মাধ্যমত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ পৰা বিৰত থাকিবলৈ অহ্বান জনাইছে ৷ দুয়োগৰাকী নেতালৈ নিৰ্বাচনী আয়োগে শ্বকজ জাৰি কৰাৰ পিছত এই নিষেধাজ্ঞা জাৰি কৰিছে ৷

এই নিষেধাজ্ঞা মায়াৱতিলৈ 7 এপ্ৰিলত দেওবান্ধত আৰু যোগী আদিত্যনাথে 9 এপ্ৰিলত মিৰটত দিয়া ভাষণৰ বাবে জাৰি কৰা হৈছে ৷

ELECTION COMMISSION BANS YOGI ADITYANATH AND MAYAWATI 

আদি যোগী আৰু মায়াৱতীলৈ নিৰ্বাচনী আয়োগৰ নিষেধাজ্ঞা

নতুন দিল্লী, 15 এপ্ৰিল: নিৰ্বাচনী সভাত দিয়া ভাষণ আপত্তিজনক হোৱাৰ বাবে নিৰ্বাচনী আয়েগে সোমবাৰে নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰাৰ পৰা নিষেধাজ্ঞা জাৰি কৰে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ আৰু বিএচপি নেত্ৰী মায়াৱতীৰ বিৰুদ্ধে ৷ এই নিষেধাজ্ঞা যোগী আদিত্যনাথৰ বাবে 72 ঘন্টা আৰু বিএচপি নেত্ৰী মায়াৱতীৰ বাবে 48 ঘন্টা বলবৎ হৈ থাকিব ৷ 16 এপ্ৰিলৰ পুৱা 6 বজাৰ পৰা কাৰ্যকৰি হ’ব এই নিষেধাজ্ঞা ৷ 
নিৰ্বাচনী আয়োগে আৰ্টিকেল 324 ৰ ভিত্তিত এই নিষেধাজ্ঞা জাৰি কৰে ৷ নিৰ্বাচনী আচৰণবিধি উলংঘা কৰাৰ বাবে দুয়োগৰাকী নেতাক নিৰ্বাচনী জনসভা, সমদল, শোভাযাত্ৰা, ৰোড শ্ব, কোনো ধৰণৰ সংবাদ মাধ্যমত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ পৰা বিৰত থাকিবলৈ অহ্বান জনাইছে ৷ দুয়োগৰাকী নেতালৈ নিৰ্বাচনী আয়োগে শ্বকজ জাৰি কৰাৰ পিছত এই নিষেধাজ্ঞা জাৰি কৰিছে ৷
এই নিষেধাজ্ঞা  মায়াৱতিলৈ 7 এপ্ৰিলত দেওবান্ধত আৰু যোগী আদিত্যনাথে 9 এপ্ৰিলত মিৰটত দিয়া ভাষণৰ বাবে জাৰি কৰা হৈছে ৷
mayaa_adityanath_april15.jpg
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.