ETV Bharat / bharat

প্ৰাক্তন মন্ত্ৰী প্ৰফুল পেটেললৈ ইডিৰ চমন - Ex-Civil Aviation Minister Praful Patel

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টীৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন অসামৰিক বিমান পৰিবহণ মন্ত্ৰী প্ৰফুল পেটেললৈ ইতিমধ্যে চমন জাৰী কৰিছে এনফৰ্চমেণ্ট ডিৰেক্টৰেট চমুকৈ ইডিয়ে ৷

প্ৰাক্তন অসামৰিক বিমান পৰিবহন মন্ত্ৰী প্ৰফুল পেটেললৈ চমন জাৰী
author img

By

Published : Jun 1, 2019, 9:59 PM IST

নিউজ ডেস্ক, 1জুনঃ বহুচৰ্চিত বিমানসেৱা প্ৰদানকাৰী সংস্থাৰ আসন আৱন্টন গোচৰত সাঙোৰ খাই পৰিছে এগৰাকী প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীৰ নাম ৷ নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টীৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন অসামৰিক বিমান পৰিবহণ মন্ত্ৰী প্ৰফুল পেটেললৈ ইতিমধ্যে চমন জাৰী কৰিছে এনফৰ্চমেণ্ট ডিৰেক্টৰেট চমুকৈ ইডিয়ে ৷

  • Former Civil Aviation Minister and NCP leader Praful Patel to ANI: I will be happy to cooperate with the Enforcement Directorate to help them understand the complexities of aviation sector. pic.twitter.com/Q8n6uZdBEO

    — ANI (@ANI) June 1, 2019 " class="align-text-top noRightClick twitterSection" data=" ">

অধিক পঢ়কঃ মানসিক ভাৰসাম্য হেৰুৱাই পেলাইছে মমতাই: দিলীপ ঘোষ

শনিবাৰে নেতাগৰাকীলৈ চমন জাৰী কৰিছে ইডিয়ে ৷ সেই অনুসৰি অহা 6 জুনত সংস্থাটোৰ আগত হাজিৰ হ'বলৈ নিৰ্দেশনা প্ৰেৰণ কৰা হৈছে প্ৰাক্তন মন্ত্ৰীগৰাকীক ৷

উল্লেখ্য যে বিগত মাৰ্চ মাহৰ 30 তাৰিখে ইডিয়ে বিশিষ্ট উদ্যোগী দীপক টালৱাৰৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰিছিল ৷ এই অভিযোগনামাতে প্ৰাক্তন মন্ত্ৰীগৰাকীৰ নাম সাঙোৰ খাই পৰাত ইডিৰ আগত হাজিৰ হ'বলৈ নিৰ্দেশনা প্ৰেৰণ কৰা হৈছে ৷

Intro:Body:

প্ৰাক্তন অসামৰিক বিমান পৰিবহন মন্ত্ৰীলৈ ইডিৰ চমন জাৰী 

নেশ্বনেল কংগ্ৰেছ পাৰ্টীৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন অসামৰিক বিমান পৰিবহন মন্ত্ৰী প্ৰফুল পেটেললৈ চম জাৰী কৰিছে প্ৰৱৰ্তক নিৰ্দেশালয় চমুকৈ ইডিয়ে ৷ এয়াৰলাইন চিট আৱন্টন কেলেংকাৰীত জড়িত থকাৰ অভিযোগত প্ৰাক্তন মন্ত্ৰীগৰাকীক অহা 6জুনত তদন্তকাৰী সংস্থাৰ ওচৰত হাজিৰ হ'বলৈ নিৰ্দেশনা জাৰী কৰিছে ইডিয়ে ৷ 

নিউজ ডেস্ক, 1জুনঃ বহুচৰ্চিত বিমানসেৱা প্ৰদানকাৰী সংস্থাৰ আসন আৱন্টন গোচৰত সাঙোৰ খাই পৰিছে এগৰাকী প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীৰ নাম ৷ নেশ্বনেলিষ্ট কংগ্ৰেছ পাৰ্টীৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন অসামৰিক বিমান পৰিৱহন মন্ত্ৰী প্ৰফুল পেটেললৈ ইতিমধ্যেই চমন জাৰী কৰিছে প্ৰৱৰ্তক নিৰ্দেশালয় চমুকৈ ইডিয়ে ৷ 

শনিবাৰে নেতাগৰাকীলৈ চমন জাৰী কৰিছে বিশেষ তদন্তকাৰী সংস্থাটোৱে ৷ সেই অনুসৰি অহা 6 জুনত সংস্থাটোৰ আগত হাজিৰ হ'বলৈ তীব্ৰ নিৰ্দেশনা প্ৰেৰণ কৰা হৈছে মন্ত্ৰীগৰাকীক ৷ 

উল্লেখ্য যে, বিগত মাৰ্চ মাহৰ 30 তাৰিখে ইডিয়ে বিশিষ্ট উদ্যোগী দীপক টালৱাৰৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰিছিল ৷ এই অভিযোগনামাতে প্ৰাক্তন মন্ত্ৰীগৰাকীৰ নাম সাঙোৰ খাই পৰাত ইডিৰ আগত হাজিৰ হ'বলৈ নিৰ্দেশনা প্ৰেৰণ কৰা হৈছে ৷ 

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.