ETV Bharat / bharat

দুটাকৈ ভূমিকম্পই জোকাৰিলে নেপাল আৰু উত্তৰ প্ৰদেশ

নেপাল আৰু উত্তৰ প্ৰদেশ জোকাৰি যায় দুটাকৈ ভূমিকম্পই

author img

By

Published : Apr 24, 2019, 10:45 AM IST

দুটাকৈ ভূমিকম্পই জোকাৰিলে নেপাল আৰু উত্তৰ প্ৰদেশ

নিউজ ডেস্ক,২৪ এপ্ৰিলঃ বুধবাৰে দুটাকৈ মৃদু ভূমিকম্পই জোকাৰি যায় নেপালৰ লগতে উত্তৰ প্ৰদেশৰ বহুকেইখন জিলাখ। ৰিখটাৰ স্কেলৰ ৫'২ প্ৰাবল্যত প্ৰথমে পুৱা ৬ বাজি ২৯ মিনিটত আহে এটা ভূমিকম্প। এই ভূমিকম্পৰ অভিকেন্দ্ৰ নেপালৰ ধাদিংগ জিলাত বুলি কোৱা যায়। তাৰ পাছতেই ৬ বাজি ৪০ মিনিটত পুনৰ ৪'৮ প্ৰাবল্যই জোকাৰি যায় নেপালৰ লগতে উত্তৰ প্ৰদেশৰ বহুকেইখন জিলাক। বৰ্তমানলৈ এই ভূমিকম্পৰ ফলত কোনো জিলাতে একো ক্ষতি হোৱাৰ খবৰ অহা নাই ।

Intro:Body:

earthquake- nepal

দুটাকৈ ভূমিকম্পই জোকাৰিলে  নেপাল আৰু উত্তৰ প্ৰদেশ 

নেপাল আৰু উত্তৰ প্ৰদেশ জোকাৰি যায় দুটাকৈ ভূমিকম্পই 

নিউজ ডেস্ক,২৪ এপ্ৰিল :  বুধবাৰে দুটাকৈ মৃদু ভূমিকম্পই জোকাৰি যায় নেপালৰ লগতে উত্তৰ প্ৰদেশৰ বহুকেইখন জিলা ।  ৰিখতাৰ স্কেলৰ ৫'২ প্ৰাবল্যত প্ৰথমে পুৱা ৬ বাজি ২৯ মিনিটত আহে এটা ভূমিকম্প । তাৰ পাছতেই ৬বাজি ৪০ মিনিটত পুনৰ ৪'৮ প্ৰাবাল্যই জোকাৰি যায় নেপালৰ লগতে উত্তৰ প্ৰদেশৰ বহুকেইখন জিলা । বৰ্তমানলৈ এই ভূমিকম্পৰ ফলত কোনো জিলাতে একো ক্ষতি হোৱা খবৰ অহা নাই । 

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.