নিউজ ডেস্ক,২৪ এপ্ৰিলঃ বুধবাৰে দুটাকৈ মৃদু ভূমিকম্পই জোকাৰি যায় নেপালৰ লগতে উত্তৰ প্ৰদেশৰ বহুকেইখন জিলাখ। ৰিখটাৰ স্কেলৰ ৫'২ প্ৰাবল্যত প্ৰথমে পুৱা ৬ বাজি ২৯ মিনিটত আহে এটা ভূমিকম্প। এই ভূমিকম্পৰ অভিকেন্দ্ৰ নেপালৰ ধাদিংগ জিলাত বুলি কোৱা যায়। তাৰ পাছতেই ৬ বাজি ৪০ মিনিটত পুনৰ ৪'৮ প্ৰাবল্যই জোকাৰি যায় নেপালৰ লগতে উত্তৰ প্ৰদেশৰ বহুকেইখন জিলাক। বৰ্তমানলৈ এই ভূমিকম্পৰ ফলত কোনো জিলাতে একো ক্ষতি হোৱাৰ খবৰ অহা নাই ।
দুটাকৈ ভূমিকম্পই জোকাৰিলে নেপাল আৰু উত্তৰ প্ৰদেশ - দুটাকৈ মৃদু ভূমিকম্প
নেপাল আৰু উত্তৰ প্ৰদেশ জোকাৰি যায় দুটাকৈ ভূমিকম্পই
নিউজ ডেস্ক,২৪ এপ্ৰিলঃ বুধবাৰে দুটাকৈ মৃদু ভূমিকম্পই জোকাৰি যায় নেপালৰ লগতে উত্তৰ প্ৰদেশৰ বহুকেইখন জিলাখ। ৰিখটাৰ স্কেলৰ ৫'২ প্ৰাবল্যত প্ৰথমে পুৱা ৬ বাজি ২৯ মিনিটত আহে এটা ভূমিকম্প। এই ভূমিকম্পৰ অভিকেন্দ্ৰ নেপালৰ ধাদিংগ জিলাত বুলি কোৱা যায়। তাৰ পাছতেই ৬ বাজি ৪০ মিনিটত পুনৰ ৪'৮ প্ৰাবল্যই জোকাৰি যায় নেপালৰ লগতে উত্তৰ প্ৰদেশৰ বহুকেইখন জিলাক। বৰ্তমানলৈ এই ভূমিকম্পৰ ফলত কোনো জিলাতে একো ক্ষতি হোৱাৰ খবৰ অহা নাই ।
earthquake- nepal
দুটাকৈ ভূমিকম্পই জোকাৰিলে নেপাল আৰু উত্তৰ প্ৰদেশ
নেপাল আৰু উত্তৰ প্ৰদেশ জোকাৰি যায় দুটাকৈ ভূমিকম্পই
নিউজ ডেস্ক,২৪ এপ্ৰিল : বুধবাৰে দুটাকৈ মৃদু ভূমিকম্পই জোকাৰি যায় নেপালৰ লগতে উত্তৰ প্ৰদেশৰ বহুকেইখন জিলা । ৰিখতাৰ স্কেলৰ ৫'২ প্ৰাবল্যত প্ৰথমে পুৱা ৬ বাজি ২৯ মিনিটত আহে এটা ভূমিকম্প । তাৰ পাছতেই ৬বাজি ৪০ মিনিটত পুনৰ ৪'৮ প্ৰাবাল্যই জোকাৰি যায় নেপালৰ লগতে উত্তৰ প্ৰদেশৰ বহুকেইখন জিলা । বৰ্তমানলৈ এই ভূমিকম্পৰ ফলত কোনো জিলাতে একো ক্ষতি হোৱা খবৰ অহা নাই ।
Conclusion: