ETV Bharat / bharat

ৰাজধানীত ৪১৭ টা অঞ্চল কন্টেইনমেন্ট জ'নত, ২.৪৫ লাখ লোকৰ স্কিনিং টেষ্ট সম্পন্ন

author img

By

Published : Jun 28, 2020, 6:43 PM IST

দেশৰ ৰাজধানী নতুন দিল্লীত প্ৰতিদিনে বৃদ্ধি পাইছে আক্ৰান্ত লোকৰ সংখ্যা । বৰ্তমানলৈ ৰাজধানীখনত ৪১৭ টা অঞ্চল কন্টেইনমেন্ট জ'ন হিচাপে ঘোষণা কৰিছে প্ৰশাসনে । বৰ্তমানলৈ ৰাজধানীখনত প্ৰায় ২.৪৫ লাখ লোকৰ পৰীক্ষণ কৰা হৈছে । দেওবাৰে এগৰাকী বিষয়াই সদৰি কৰিছে এই তথ্য ।

delhi-number-of-covid-19-containment-zones-now-417-nearly-2-dot-45-lakh-people-screened-so-far

নিউজ ডেস্ক, ২৮ জুন : প্ৰতিদিনে বৃদ্ধি হৈ আছে কোভিড-১৯ ত আক্ৰান্ত লোকৰ সংখ্যা । দেশৰ ৰাজধানী নতুন দিল্লীত প্ৰতিদিনে বৃদ্ধি পাইছে আক্ৰান্ত লোকৰ সংখ্যা । বৰ্তমানলৈ ৰাজধানীখনত ৪১৭ টা অঞ্চল কন্টেইনমেন্ট জ'ন হিচাপে ঘোষণা কৰিছে প্ৰশাসনে । বৰ্তমানলৈ ৰাজধানীখনত প্ৰায় ২.৪৫ লাখ লোকৰ পৰীক্ষণ কৰা হৈছে । দেওবাৰে এগৰাকী বিষয়াই সদৰি কৰিছে এই তথ্য । বিষয়াজনে জনোৱা অনুসৰি, এই সংখ্যা পুনৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে । শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কন্টেইনমেন্ট জ'নৰ সংখ্যাও বৃদ্ধি কৰাৰ সম্ভাৱনা আছে ।

তেওঁলোকে জনোৱা অনুসৰি, প্ৰতিঘৰ মানুহৰ ঘৰে-ঘৰে গৈ প্ৰায় ২ লাখ মানুহৰ স্কিনিং কৰা হৈছে । আৰু কন্টেইনমেন্ট জ'নত ৪৫ হাজাৰ লোকৰ স্কিনিং টেষ্ট কৰা হৈছে । লগতে ৬ জুলাই তাৰিখলৈ এই প্ৰক্ৰিয়া চলি থাকিব বুলি বিষয়া গৰাকীয়ে জানিবলৈ দিয়ে ।

উল্লেখযোগ্য যে, ২০১১ চনৰ গণনা অনুসৰি, দিল্লীত ৩৪.৩৫ তকৈ অধিক পৰিয়াল আছিল । চহৰত ৩৩.৫৬ টা পৰিয়াল আৰু গ্ৰাম্যঞ্চলত ৭৯,৫৪৭ টা পৰিয়াল আছিল । গতিকে ৩০ জুন পৰ্যন্ত সকলো লোকৰ ঘৰত স্কিনিং টেষ্ট কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে চৰকাৰে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.