নেশ্যনেল ডেস্ক, 1 আগষ্ট : বিশাখাপট্টনমৰ জাহাজ মেৰামতিস্থলী হিন্দুস্তান শ্বিপয়াৰ্ডত শনিবাৰে ক্ৰেন বাগৰি পৰি 10 জন লোকৰ মৃত্যু হৈছে ৷ আনহাতে, দুজন আঘাতপ্ৰাপ্ত হোৱা বুলি জানিব পৰা গৈছে ৷ ঘটনাস্থলীত বৰ্তমান উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ৷
প্ৰাথমিক তথ্য অনুসৰি,কিছুসংখ্যক লোক এতিয়াও আবদ্ধ হৈ আছে আৰু অভিযান অব্যাহত আছে ৷ আঘাতপ্ৰাপ্ত লোকসকলক চিকিৎসাৰ বাবে ওচৰৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ৷
লগতে পঢ়ক : 100 সংখ্যক মৃত্যু তিথি উপলক্ষে তিলকলৈ প্ৰধানমন্ত্ৰী মোডীৰ শ্ৰদ্ধাঞ্জলি