ETV Bharat / bharat

স্বামীৰ সৈতে বিবাহ বিচ্ছেদ দিল্লীৰ মহিলা আয়োগৰ অধ্যক্ষ প্ৰধান স্বাতী মালিৱালৰ - দিল্লী মহিলা আয়োগৰ অধ্যক্ষ

স্বামীৰ সৈতে বিবাহ বিচ্ছেদ হয় দিল্লীৰ মহিলা আয়োগৰ অধ্যক্ষ স্বাতী মালিৱালৰ আৰু এই বাৰ্তা তেওঁ প্ৰকাশ কৰে নিজৰ টুইটাৰ একাউণ্টৰ যোগেদি ৷

DCW Chief Swati Maliwal divorces husband
স্বামীৰ সৈতে বিবাহ বিচ্ছেদ দিল্লীৰ মহিলা আয়োগৰ অধ্যক্ষ প্ৰধান স্বাতী মালিৱালৰ
author img

By

Published : Feb 19, 2020, 6:12 PM IST

নিউজ ডেস্ক,19 ফেব্ৰুৱাৰীঃ বুধবাৰে দিল্লীৰ মহিলা আয়োগৰ অধ্যক্ষ স্বাতী মালিৱালৰ স্বামী নবীন জয়হিন্দৰ সৈতে বিবাহ বিচ্ছেদ হয় ৷ স্বাতীয়ে এই ঘটনাৰ এক ভাবুক বাৰ্তা তেওঁৰ টুইটাৰ একাউণ্টৰ যোগেদি প্ৰকাশ কৰে ৷ হাৰিয়ানাৰ আম আদমী পাৰ্টীৰ অধ্যক্ষ আৰু 2019 চনৰ বিধানসভা নিৰ্বাচনত আম আদমী পাৰ্টীৰ নেতা আছিল স্বাতী মালিৱালৰ স্বামী নবীন জয়হিন্দ ৷ আপ (AAP) চৰকাৰৰ শাসনৰ সময়ছোৱাত, 2015 চনত স্বাতীক দিল্লী মহিলা আয়োগৰ অধ্যক্ষ হিচাপে নিযুক্তি দিছিল আৰু সেই সময়ত তেওঁ বহু সমালোচনাৰো সন্মুখীন হ’বলগীয়া হৈছিল ৷ কিয়নো সেই সময়ত তেওঁৰ স্বামী সেই দলত কৰ্মৰত আছিল ৷

  • Most painful moment is when your fairytale ends. Mine ended. Me & Navin have got divorced. Sometimes best of people cant stay together. Will always miss him & our life that could have been.

    Everyday I pray to God to give us & others like us strength to deal with this pain 🙏

    — Swati Maliwal (@SwatiJaiHind) February 19, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

2018 বৰ্ষত নবীন জয়হিন্দে দিয়া এক ভাষ্যক পত্নী স্বাতী মালিৱালে গৰিহণা দিছিল ৷ য'ত তেওঁৰ স্বামীয়ে কৈছিল , " যদি বিজেপি নেতাই 10 জনৰ যৌন আতিশায্য সহ্য কৰিব পাৰে তেতিয়া তেওঁ একোজনকৈ বিজেপি নেতাক 20 লাখ টকাকৈ দিব ৷" অধ্যক্ষগৰাকীয়ে পূৰ্বেই উল্লেখ কৰিছিল যে, তেওঁ নবীনৰ খং আৰু দুখৰ সমভাগী হ’ব পাৰে, কিন্তু তেওঁৰ ভাষ্যক সমৰ্থন নকৰে ৷

লগতে পঢ়কঃভাৰত ভ্ৰমণৰ পূৰ্বে ড’নাল্ড ট্ৰাম্পৰ আছুতীয়া সাক্ষাৎকাৰ !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.