ETV Bharat / bharat

তামিলনাডুত আক্ৰান্তৰ সংখ্যা 1,26,581 লৈ বৃদ্ধি

author img

By

Published : Jul 10, 2020, 2:32 AM IST

বৃহস্পতিবাৰে তামিলনাডুত 4,231 গৰাকী লোকৰ দেহত ধৰা পৰে COVID-19 । কৰ'ণা আক্ৰান্তৰ ক্ষেত্ৰত মহাৰাষ্ট্ৰৰ পাচতে দ্বিতীয় স্থানত আছে তামিলনাডু ।

তামিলনাডুত আক্ৰান্তৰ সংখ্যা 1,26,581 লৈ বৃদ্ধি
তামিলনাডুত আক্ৰান্তৰ সংখ্যা 1,26,581 লৈ বৃদ্ধি

নিউজ ডেস্ক, 9 জুলাইঃ প্ৰতিদিনে দ্ৰুত হাৰত বৃদ্ধি পাই আছে তামিলনাডুত কোভিড-19 আক্ৰান্তৰ সংখ্যা । বৃহস্পতিবাৰে ৰাজ্যখনত নতুনকৈ 4,231 গৰাকী লোকৰ দেহত ধৰা পৰে COVID-19 ।

বিগত কেইটামান দিনত দৈনিক আক্ৰান্তৰ সংখ্যা 4000-ত কৈ কম আছিল যদিও আজিৰ দিনটোত পুনৰ 4000 ৰ অধিক লোকৰ দেহত ধৰা পৰে এই ৰোগ ।

বৰ্তমান তামিলনাডুত আক্ৰান্তৰ সংখ্যা 1,26,581 গৰাকী হৈছে । মৃত্যুৰ সংখ্যা হৈছে 1,765 । বিগত 24 ঘন্টাত ৰাজ্যখনত মৃত্যুমুখত পৰিছে 65 গৰাকী লোক । আনহাতে 24 ঘন্টাত সুস্থ হৈ উঠিছে 3,994 গৰাকী লোক । উল্লেখ্য যে, কৰ'ণা আক্ৰান্তৰ ক্ষেত্ৰত মহাৰাষ্ট্ৰৰ পাচতে দ্বিতীয় স্থানত আছে তামিলনাডু ।

লগতে পঢ়ক : চীনা প্ৰতিষ্ঠানে সামগ্ৰী বিক্ৰী কৰাটো বিছাৰে 49 শতাংশ ভাৰতীয়ই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.