ETV Bharat / bharat

ভাৰতৰ ভিন্ন ৰাজ্যত কৰ’ণা আক্ৰান্তৰ শেহতীয়া তথ্য

ভাৰতত কৰ’ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা 78,64,811 গৰাকীলৈ বৃদ্ধি হৈছে ৷ এই পৰ্যন্ত ভাইৰাছবিধত আক্ৰান্ত হোৱাৰ পিছত আৰোগ্য লাভ কৰিছে প্ৰায় 70 লাখ লোকে ৷ এই তথ্য প্ৰকাশ কৰিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে ৷ দেশখনত ভাইৰাছবিধত আক্ৰান্ত হৈ মৃত্যুক সাৱটিছে 1,18,534 গৰাকীয়ে ৷ সম্প্ৰতি 6,68,154 গৰাকী ব্যক্তি কৰ’ণাত আক্ৰান্ত হৈ আছে ৷

author img

By

Published : Oct 25, 2020, 1:11 PM IST

Covid 19 India Tracker Etv bharat news
ভাৰতত কৰ’ণাত আক্ৰান্তৰ তালিকা

নিউজ ডেস্ক,25 অক্টোবৰ: ভাৰতত এতিয়াও অব্যাহত আছে কৰ‘ণাৰ সংহাৰ ৷ ভাৰতত কৰ’ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা 78,64,811 গৰাকীলৈ বৃদ্ধি হৈছে ৷ এই পৰ্যন্ত ভাইৰাছবিধত আক্ৰান্ত হোৱাৰ পিছত আৰোগ্য লাভ কৰিছে প্ৰায় 70 লাখ লোকে ৷ এই তথ্য প্ৰকাশ কৰিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে ৷ দেশখনত ভাইৰাছবিধত আক্ৰান্ত হৈ মৃত্যুক সাৱটিছে 1,18,534 গৰাকীয়ে ৷ সম্প্ৰতি 6,68,154 গৰাকী ব্যক্তি কৰ’ণাত আক্ৰান্ত হৈ আছে ৷

Covid 19 India Tracker Etv bharat news
ভাৰতত কৰ’ণাত আক্ৰান্তৰ তালিকা

ভাৰতৰ ভিতৰত সৰ্বাধিক মহাৰাষ্ট্ৰত 16,38,961 গৰাকী ব্যক্তি চীনা ভাইৰাছবিধত আক্ৰান্ত হয় ৷ আক্ৰান্তসকলৰ ভিতৰত 43,152 গৰাকীয়ে মৃত্যুক সাৱটি লয় ৷ বৰ্তমানে ৰাজ্যখনত 1,40,702 গৰাকী ব্যক্তি কৰ’ণাত আক্ৰান্ত হৈ আছে ৷ ভাইৰাছবিধৰ পৰা আৰোগ্য লাভ কৰিছে 14,55,107 গৰাকী ব্যক্তিয়ে ৷

লগতে চাওকঃ অনুচ্ছেদ 370 বাতিল দেশৰ এক ঐতিহাসিক সিদ্ধান্তঃ মোহন ভাগৱত

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.