ETV Bharat / bharat

চীনক প্ৰ'টকল মানি চলিবলৈ নিৰ্দেশ ভাৰতৰ - follow all border protocols

চীনে ভাৰতৰ লগত আলোচনাত গুৰুত্ব প্ৰদান কৰিছে যদিও চীন ফায়াৰিং ৰেঞ্জৰ পৰা সম্পূৰ্ণ বাহিৰলৈ যাবলৈ ইচ্ছুক নহয়

China should follow all border protocols says India in military talks
চীনক প্ৰ'টকল মানি চলিবলৈ নিৰ্দেশ ভাৰতৰ
author img

By

Published : Jul 16, 2020, 1:16 PM IST

দিল্লী, 16 জুলাই : ভাৰত-চীন সেনাৰ শীৰ্ষ নেতৃত্বৰ 15 ঘন্টীয়া বৈঠকৰ পাছত ভাৰতীয় সেনাই চীনা সৈন্যক পূৱ লাডাখ সীমান্তত পূৰ্বৰ স্থিতি বাহাল ৰখাৰ লগতে প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত শান্তি আৰু স্থিৰতা পুনৰ স্থাপনৰ বাবে সীমা প্ৰৱন্ধনৰ সকলো প্ৰ'টকল মানি চলিব লাগিব বুলি স্পষ্ট নিৰ্দেশ দিয়ে ৷

অধিকাৰীক সূত্ৰৰ পৰা জানিব পৰা অনুসৰি, চীনে ভাৰতৰ লগত আলোচনাত গুৰুত্ব প্ৰদান কৰিছে যদিও ফায়াৰিং ৰেঞ্জৰ পৰা সম্পূৰ্ণ বাহিৰলৈ যাবলৈ ইচ্ছুক নহয় চীন আৰু এই স্থানত নিজৰ অৱস্থিত বৰ্তাই ৰাখিব বিচাৰিছে ৷ অৱশ্যে পূৱ লাডাখৰ গালৱান ঘাটী, হা'ট স্প্ৰিগ্স আৰু গৌগৰা পোষ্টৰ লগতে অন্য সংঘৰ্ষ হোৱা অঞ্চলসমূহৰ পৰা সম্পূৰ্ণ ৰূপে চীনা সৈন্যই উভতিবলৈ সহমত পোষণ কৰিছে ৷

চীনে ফিংগৰ ফ'ৰৰ কাষৰীয়া অঞ্চলৰ ব্লেকটা'প আৰু গ্ৰীনটা'পৰ পৰা সেনা প্ৰত্যাহাৰ কৰিছে যদিও ফিংগৰ ফ'ৰৰ পৰা সম্পূৰ্ণ ৰূপে সেনাক উভতাই অনাত অনিচ্ছা প্ৰকাশ কৰিছে ৷

লগতে পঢ়ক : মুখ্যমন্ত্ৰীক পদত্যাগৰ দাবী কংগ্ৰেছৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.