নিউজ ডেস্ক, ৫ জুলাইঃ কংগ্ৰেছৰ বৰ্ষীয়ান নেতা পি চিদাম্বৰমে শনিবাৰে লেহত চীনৰ সেনাৰ সৈতে হোৱা সংঘৰ্ষত আহত হৈ চিকিৎসাধীন হৈ থকা ভাৰতীয় সেনাৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু প্ৰাক্তন প্ৰধান প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ সংযুক্ত ফটো শ্বেয়াৰ টুইটযোগে শ্বেয়াৰ কৰে । লগতে টুইটযোগে সদৰি কৰে যে, "এখন ছবিত লাখ শব্দ নিহিত হৈ থাকে ।"
চিদাম্বৰমে টুইটযোগে ব্য়ক্ত কৰে যে, ভাৰতীয় স্থলসেনা লেহস্থিত এখন অসামৰিক হাস্পতালৰ চিকিৎসা সন্দৰ্ভত হৈ থকা আলোচনাক দুৰ্ভাগ্যবশত তথা নিৰাধাৰ বুলি উল্লেখ কৰে ।
-
Pictures worth a million words. pic.twitter.com/ifC4La8Izj
— P. Chidambaram (@PChidambaram_IN) July 4, 2020 " class="align-text-top noRightClick twitterSection" data="
">Pictures worth a million words. pic.twitter.com/ifC4La8Izj
— P. Chidambaram (@PChidambaram_IN) July 4, 2020Pictures worth a million words. pic.twitter.com/ifC4La8Izj
— P. Chidambaram (@PChidambaram_IN) July 4, 2020
আঘাতপ্ৰাপ্ত সৈনিকসকলৰ লগত বাৰ্তালাপ কৰা এখন মোডীৰ ছবি উপস্থাপন কৰি চিদাম্বৰমে টুইটাৰযোগে মত প্ৰকাশ কৰে যে, সৈনিকসকল থকা হাস্পতালসমূহৰ বাবে কোনো ধৰণৰ বিশেষ সুবিধা থকা প্ৰত্যক্ষ কৰা নগ'ল । ঔষধ থোৱা পাত্ৰ, আই বী ষ্টেণ্ড আৰু অন্য চিকিৎসা ব্যৱস্থাৰ সুবিধা থকাও পৰিলক্ষিত নহ'ল ।
লগতে পঢ়ক : শীঘ্ৰে অনুষ্ঠিত হোৱাৰ সম্ভাৱনা শিৱসাগৰ বিধানসভাৰ উপ নিৰ্বাচন