ETV Bharat / bharat

ভাৰত-পাক সীমান্তত সেনাৰ অভিযানত নিহত 5 অনুপ্ৰৱেশকাৰী, উদ্ধাৰ মাৰণাস্ত্ৰ - বি এছ এফ

আটাইকেইটা অনুপ্ৰৱেশকাৰীৰ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে এন্কাউন্টাৰস্থলীৰ পৰা AK-47 ৰাইফল আৰু পিস্তল জব্দ কৰিছে সেনাই ৷ এতিয়াও অঞ্চলটোত সেনাই তালাচী অভিযান অব্যাহত ৰাখিছে ৷

BSF guns down 5 intruders at India-Pakistan border in Punjab
ভাৰত-পাক সীমান্তত সেনাৰ অভিযানত নিহত 5 অনুপ্ৰৱেশকাৰী, উদ্ধাৰ মাৰণাস্ত্ৰ
author img

By

Published : Aug 22, 2020, 4:50 PM IST

নিউজ ডেস্ক, 22 আগষ্ট : পাঞ্জাৱৰ ভাৰত-পাক সীমান্তত সুৰক্ষাকৰ্মীয়ে পাকিস্থানৰ পৰা ভাৰতলৈ অনুপ্ৰৱেশৰ চেষ্টা চলাই থকা অৱস্থাতে পাঁচ অনুপ্ৰৱেশকাৰীক গুলিয়াই হত্যা কৰে ৷ তৰন তাৰনৰ খেমকৰণত সীমা সুৰক্ষা বল(BSF) য়ে এই অভিযান চলায় ৷ প্ৰাপ্ত খবৰ অনুসৰি, এই অভিযান শনিবাৰে পুৱতি নিশা আৰম্ভ কৰা হয় ৷ বি এছ এফৰ 103 নং বেটেলিয়নৰ জোৱান সকলে ভাৰত-পাক সীমাৰ নিকটৱৰ্তী ডল সীমা চকীৰ ওচৰত কিছু লোকৰ সন্দেহজনক গতিবিধি প্ৰত্যক্ষ কৰে ৷

যাৰ পাছতেই সেনাই পুৱতি নিশা প্ৰায় 4:45 বজাত গুলিবৰ্ষণ আৰম্ভ কৰে ৷ এই অভিযানত 5 টাকৈ অনুপ্ৰৱেশকাৰী নিহত হয় ৷ আটাইকেইটা অনুপ্ৰৱেশকাৰীৰ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে এন্কাউন্টাৰস্থলীৰ পৰা AK-47 ৰাইফল আৰু পিস্তল জব্দ কৰিছে সেনাই ৷ এতিয়াও অঞ্চলটোত সেনাই তালাচী অভিযান অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক: দিল্লী এনকাউন্টাৰত গ্ৰেপ্তাৰ অস্ত্ৰধাৰী ISIS সন্ত্ৰাসবাদী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.