ETV Bharat / bharat

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু এন চি পি সচিব শাৰদ পাৱাৰৰ বৈঠক অৰাজনৈতিক: ৰামদাস আঠাৱলে - শিৱ সেনা আৰু এন চি পিৰ মিত্ৰতা

কেন্দ্ৰীয় মন্ত্ৰী ৰামদাস আঠাৱলেয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু এন চি পি সচিব শাৰদ পাৱাৰৰ বৈঠক অৰাজনৈতিক বুলি মন্তব্য কৰে ৷ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী আৰু ৰিপাব্লিকেন পাৰ্টী অব ইণ্ডিয়াৰ সচিব ৰামদাস আঠাৱলেয়ে কয় যে, শিৱ সেনা আৰু এন চি পিৰ মিত্ৰতা দীৰ্ঘদিনীয়া নহ'ব ৷

বিজেপি আৰু এন চি পিৰ মাজত এক নতুন বন্ধুত্ব: ৰামদাস আঠাৱলে
author img

By

Published : Nov 21, 2019, 3:15 PM IST

নেশ্যনেল ডেস্ক, 21 নৱেম্বৰ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু এন চি পি সচিব শাৰদ পাৱাৰৰ বৈঠক অৰাজনৈতিক বুলি মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী ৰামদাস আঠাৱলেৰ ৷ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী আৰু ৰিপাব্লিকেন পাৰ্টী অৱ ইণ্ডিয়াৰ সচিব ৰামদাস আঠাৱলেয়ে কয় যে বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু এন চি পি সচিব শাৰদ পাৱাৰৰ বৈঠকৰ পাচত বিজেপি আৰু এন চি পিৰ মাজত এক নতুন বন্ধুত্ব আৰম্ভ হ’ব পাৰে ৷

বিজেপি আৰু এন চি পিৰ মাজত এক নতুন বন্ধুত্ব: ৰামদাস আঠাৱলে

উক্ত বৈঠকৰ সন্দৰ্ভত শাৰদ পাৱাৰে কয় যে কোনো ধৰণৰ ৰাজনৈতিক বিষয় আলোচনা কৰা হোৱা নাই ৷ উল্লেখযোগ্য যে, শাৰদ পাৱাৰে 2014-ত বিজেপি লৈ সমৰ্থন আগবঢ়াইছিল আৰু বৰ্তমান সময়ত মহাৰাষ্ট্ৰৰ ক্ষেত্ৰত বিজেপিক এন চি পিৰ সমৰ্থনৰ দৰকাৰ হোৱাত বিজেপিক সমৰ্থন কৰাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি ৷ মন্ত্ৰী আঠাৱলেয়ে লগতে কয় যে, শিৱ সেনা আৰু এন চি পিৰ মিত্ৰতা দীৰ্ঘদিনীয়া নহ'ব ৷

লগতে পঢ়ক : চোৰাং সৰবৰাহৰ ঘাটিলৈ পৰিণত গুৱাহাটী মহানগৰী

Intro:एनडीए की गठबंधन पार्टी rsp के नेता और सामाजिक न्याय और अधिकारिता राज्य मंत्री रामदश अठावले ने कहा है कि एनसीपी नेता शरद पवार के साथ प्रधानमंत्री की बैठक वैसे तो किस्सनो पर थ8 एमजीआर इससे शिवसेना में हलचल जरूर है जहांतक की खबर आ रही कि शिवसेना कह रही वो नद के ह8स्सा है मगर मुझे ये नही लगता क्योंकि8 एनडीए से अरविंद सावंत इस्तीफा दे चुके है। हालांकि वो अगर सरकार नही बनाएंगे तो बीजेपी एनसीपी के साथ मिलकर सरकार बना लेगी

Body:जहांतक पवार साहब की बात है एनसीपी बाहर से भी सपोर्ट कर सकती है भगत मैं चाहता हूं कि शिवसेना बीजेपी की पुराने गठबंधन में है आउट उन्हें मिलकर सरकार बनाने चाहिए केंद्रीय मंत्री रामदास अठावले ने ईटीवी से खास बातचीत में कहा कि मैं तो हर तरफ बात करने को तैयार हूं मैन बीजेपी 3 साल और शिवसेना को 2 साल का फार्मूला दिया था मुख्यमंत्री का भगत बीजेपी के9 वो मंजूर नही चाहे जो बु8 हो अब जल्दी सरकार बनने चाइए,

Conclusion:उन्होंने कहा कि मैं चाहूंगा कि बीजेपी और शिवसेना की सरकार ने ये पुराने संबंधी हैं मगर शिवसेना अगर कॉन्ग के साथ जाती है8 तो ज्यादा लंबा भविष्य नही जहांतक पवार साहब की बात है वो राजनीती में मंझे हुए खिलाड़ी है। सभीसे मिल रहे
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.