ETV Bharat / bharat

ডীলাৰ সমূহ খোলাৰ পাচতহে উৎপাদন কাম আৰম্ভ কৰিব অটোম'বাইল কোম্পানীয়ে

author img

By

Published : Apr 27, 2020, 6:53 PM IST

কেন্দ্ৰীয় চৰকাৰে উদ্যোগ তথা অটোম'বাইল কোম্পানী সমূহক আংশিকৰূপে খুলিবলৈ অনুমতি প্ৰদান কৰাৰ ১ এপ্তাহ পাচত কোম্পানী সমূহে কয় যে কোম্পানীসমূহৰ ডীলাৰ সমূহ খোলাৰ পাচতহে তেওঁলোকলৰ উৎপাদন কাম পুনৰ আৰম্ভ কৰিব ।

অটোম'বাইল কোম্পানী
ডীলাৰ সমূহ খোলাৰ পাচতহে উৎপাদন কাম আৰম্ভ কৰিব অটোম'বাইল কোম্পানীয়ে

নিউজ ডেস্ক, ২৭ এপ্ৰিলঃ কেন্দ্ৰীয় চৰকাৰে উদ্যোগ তথা মাৰুতি চুজুকী,টয়োটা,টাটা মটৰ্ছ আৰু মাৰ্চিডিজ ব্ৰেঞ্জৰ সহিতে অটোম'বাইল কোম্পানী সমূহক আংশিকৰূপে উৎপাদন আৰম্ভ কৰিবলৈ অনুমতি প্ৰদান কৰিছিল যদিও বৰ্তমানলৈকে উৎপাদন আৰম্ভ কৰা নাই কোম্পানী সমূহে। অনুমতি প্ৰদানৰ ১ সপ্তাহ পাচত কোম্পানীসমূহে কয় যে,কোম্পানীসমূহৰ ডিলাৰ তথা সামগ্ৰীৰ ৰপ্তানি ব্যৱস্থা খোলাৰ পাচতহে কোম্পানীসমূহে উৎপাদন কাম পুনৰ আৰম্ভ কৰিব ।

কোম্পানীসমূহৰ বিষয়ববীয়াৰ ভাষ্য অনুসৰি, দেশৰ অধিকাংশ অঞ্চলত ইতিমধ্যে অটো ডীলৰসমূহত লক ডাউনৰ বাবে বন্ধ হৈ আছে । বিগত সপ্তাহত হাৰিয়ানা চৰকাৰে কোম্পানীসমূহক পুনৰ নিৰ্মাণকাৰ্য আৰম্ভ কৰিবলৈ অনুমতি প্ৰদান কৰিছিল যদিও ছুজুকী ইণ্ডিয়াৰ অধ্যক্ষ আৰ্চী ভাৰ্গৱে কয় যে,যেতিয়াই যান-বাহন বিক্ৰী কৰিবৰ বাবে সম্ভৱ হ'ব তেতিয়াহে উৎপাদন আৰম্ভ কৰিম ।

আনহাতে,টয়টা কোম্পানীৰ মুখপাত্ৰই কয় যে,কেন্দ্ৰীয় চৰকাৰে দিয়া লক ডাউনৰ আদেশ পালন কৰিম। আৰু যেতিয়ালৈকে চৰকাৰৰ তৰফৰ পৰা জাননী নিদিয়ে তেতিয়ালৈকে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ অনুযায়ী কাম কৰি যাব বুলি সদৰী কৰে।

লগতে চাওকঃ নগা তেজৰ ওপৰত গৱেষণা কৰিবলৈ সাজু আমেৰিকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.